ETV Bharat / state

শিৱসাগৰত বৃহৎ জুৱাৰ ঘাটি উৎখাত

author img

By

Published : Jun 26, 2020, 8:55 PM IST

শিৱসাগৰ পৌৰসভাৰ কৰ্মচাৰী সঞ্জীৱ দত্ত ওৰফে পি'ৰ ঘৰত জুৱাৰ আড্ডা,ছজন জুৱাৰীক আটক আৰক্ষীৰ ৷

sivsagar police arrested six gambler
শিৱসাগৰত বৃহৎ জুৱাৰ ঘাটি উৎখাত

শিৱসাগৰ,26জুনঃ শিৱসাগৰ জিলাৰ দৌলমুখ গায়নগাঁৱৰ নিবাসী তথা শিৱসাগৰ পৌৰসভাৰ কৰ্মচাৰী সঞ্জীৱ দত্ত ওৰফে পি'ৰ ঘৰত এই জুৱাৰ আড্ডা ৷ বৃহস্পতিবাৰে নিশা ৯.০০ মান বজাত শিৱসাগৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই জুৱা খেলি থকা অৱস্থাত হাতে লোটে ধৰে ছজন জুৱাৰীক। ইপিনে জুৱাৰ আড্ডা পৰা ১ লাখ ৪ হাজাৰ নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে।

শিৱসাগৰত বৃহৎ জুৱাৰ ঘাটি উৎখাত
আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা হৈছে ক্ৰমে ৰাজেশ জৈন,মাননু দাগা,পাৱান ৰাঠি,সন্তোষ কযাল,অমিত গোৱেল আৰু গোদ্দু আগৰৱালা ওৰফে প্ৰকাশ আগৰৱালা। আৰক্ষীয়ে আটক কৰা আটাইকেইজন জুৱাৰী হৈছে শিৱসাগৰ নগৰৰ বিশিষ্ট যুৱ ব্যৱসায়ী ৷ ইফালে আৰক্ষীৰ চকুত ধূলি দি পলায় যাবলৈ সক্ষম হয় জুৱাৰ আড্ডাৰ গৰাকী সঞ্জীৱ দত্ত ওৰফে "পি"নামৰ ব্যক্তি জন।লগতে পঢ়কঃ চাংলাঙৰ চাংকা হাবিত আটক চাৰি গৰাকী আলফা (স্বা) কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.