শিৱসাগৰ,২৬ মাৰ্চঃমধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰীকৰণ কৰাৰ প্ৰতিবাদত মঙলবাৰে শিৱসাগৰ জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী । মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ প্ৰাপ্য অধিকাৰৰ দাবীত এই প্ৰতিবাদৰ সহযোগ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
শিৱসাগৰত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ
শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ
শিৱসাগৰত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন সন্থাৰ প্ৰতিবাদ
শিৱসাগৰ,২৬ মাৰ্চঃমধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰীকৰণ কৰাৰ প্ৰতিবাদত মঙলবাৰে শিৱসাগৰ জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী । মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ প্ৰাপ্য অধিকাৰৰ দাবীত এই প্ৰতিবাদৰ সহযোগ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
*শিৱসাগৰত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী-মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্থাক হস্তান্তৰ কৰাৰ প্ৰতিবাদ*
Story-MIDDAY_MEAL
Ananta smith
Sivasagar
26th March
A_SVR_26TH_MAR_803-806_MIDDAY_MEAL_ANANTA
মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰীকৰণ কৰাৰ প্ৰতিবাদত আজি শিৱসাগৰ জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ প্ৰাপ্য অধিকাৰৰ দাবীত এই প্ৰতিবাদৰ অংশ হয় কৃষক মুক্তি সংগ্ৰাম সমিতি।২০০৫ চনৰ পৰা বিনা বেতনে ভোজন কৰ্মচাৰী ৰূপে কৰ্মৰত এই সকলক ২০০৯ চনৰ পৰা মাহে ১০০০ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছিল।তেতিয়াৰ পৰা এইসকল ভোজন কৰ্মচাৰীয়ে তেওঁলোকক চতূৰ্থ শ্ৰেণীৰ কৰ্মচাৰী মৰ্যদা প্ৰদান কৰা,৫০০০ টকা মাননি বাৰ মাহে প্ৰদান কৰা,পেঞ্চন,চিকিৎসা আদি সুবিধা সমূহ প্ৰদান কৰা আদি দাবী উত্থাপন কৰি আহিছিল যদিও চৰকাৰে এই সমূহ আওকাণ কৰি সমগ্ৰ মধ্যাহ্ন ভোজন আঁচনি খন বেচৰকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে ভোজন কৰ্মচাৰী সন্থাই।ইয়াৰ ফলত সমগ্ৰ অসমৰ ১ লাখ ১৪ হাজাৰ ভোজন কৰ্মচাৰী নিবনুৱা হৈ পৰিব।চৰকাৰৰ এনে সিদ্ধান্ত বাতিলৰ দাবীত জিলা সদৰত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই আজি শিৱসাগৰ নগৰত এক প্ৰতিবাদী মিছিল বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয় উত্তাল কৰি তোলে।মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ এই প্ৰতিবাদত অংশ গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপসভাপতি লু শ্যাম গোঁহায়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে।
Bite-কৃষক মুক্তি
Bite-ৰন্ধন কৰ্মী