ETV Bharat / state

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বন্দুকৰ অনুজ্ঞাপত্ৰধাৰীক নিয়ন্ত্ৰণ কৰাৰ দাবীত শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে সংগঠনটোৱে।

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Oct 12, 2020, 3:51 PM IST

শিৱসাগৰ, ১২ অক্টোবৰ: চৰাইদেউ আৰু মৰাণত বন্দুকৰ অনুজ্ঞাপত্ৰধাৰী লোকে চলাই অহা সন্ত্ৰাসক লৈ ভীতিগ্ৰস্ত হৈছে সাধাৰণ ৰাইজ। এই অৰাজকতাৰ অৱসান ঘটোৱাৰ দাবীত সোমবাৰে শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ প্ৰদৰ্শন কৰে। শান্তি প্ৰতিষ্ঠা কৰাত গৃহ বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাজপথতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে। আগন্তক নির্বাচনৰ পূর্বে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে সমাজত অজাৰকতাৰ বৃদ্ধি পোৱাৰ প্রৱল সম্ভাৱনা আছে বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃবৰ্গই।

লগতে পঢ়ক:মন্ত্ৰী নৱ কুমাৰ দলেৰ সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.