ETV Bharat / state

ক'ৰণা প্ৰতিষেধক লৈ অসুস্থ আৰক্ষী কনিষ্টবল

ক’ৰণা প্ৰতিষেধক লোৱাৰ পাছতেই অসুস্থ হৈ পৰে ছালমা । বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰক্ষী কনিষ্টবলগৰাকী ৷

Police person taken ill after vaccineted
ক'ৰণা প্ৰতিষেধক লৈ অসুস্থ আৰক্ষী কনিষ্টবল
author img

By

Published : Mar 2, 2021, 9:14 PM IST

শিৱসাগৰ, 2 মাৰ্চ : শিৱসাগৰত মঙলবাৰে ক’ৰণা প্ৰতিষেধক লৈ এগৰাকী মহিলা আৰক্ষী কনিষ্টবল অসুস্থ হৈ পৰে ৷ আৰক্ষী কনিষ্টবলগৰাকী ছালমা আহমেদ বুলি জানিব পৰা হৈছে ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাত কৰ্মৰত আছিল ছালমা ৷ আজি ক’ৰণা প্ৰতিষেধক লোৱাৰ পাছতেই অসুস্থ হৈ পৰে ছালমা । আৰক্ষী কনিষ্টবলগৰাকীয়ে মূৰ ঘূৰণিৰ লগতে উশাহ লোৱাত কষ্ট পোৱাত চিকিৎসালয়ত ভৰ্তি কৰা হয় । বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰক্ষী কনিষ্টবলগৰাকী ৷

ক'ৰণা প্ৰতিষেধক লৈ অসুস্থ আৰক্ষী কনিষ্টবল

লগতে পঢ়ক : অতিথিশালা ত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী সোণোৱালে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.