ETV Bharat / state

অ'এনজিচিৰ বিৰুদ্ধে সাতটা বাঁওপন্থী সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Sep 23, 2019, 10:31 PM IST

বৰ্তমান ধাৰাবাহিক আন্দোলনৰ সন্মুখীন হৈছে অ'এনজিচি ৷ নাজিৰাত অ'এনজিচিৰ বিৰুদ্ধে সাতটা সংগঠনৰ প্ৰতিবাদ ৷

অ'এনজিচিৰ বিৰুদ্ধে সাতটা বাঁওপন্থী সংগঠনৰ প্ৰতিবাদ

নাজিৰা, 23 ছেপ্টেম্বৰ : দেশৰ মহাৰত্ন কোম্পানী খ্যাত অ'এনজিচিৰ বিৰুদ্ধে নাজিৰাত অব্যাহত আছে প্ৰতিবাদ ৷ সোমবাৰে নাজিৰাৰ অ'এনজিচিৰ অসম সম্পদৰ কাৰ্যালয়ত সাতটাকৈ সংগঠনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ৷ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বন্ধ কৰা আৰু যোগ্যতাৰ ভিত্তিত থলুৱা নিবনুৱাক নিযুক্তিৰ দাবীত সাতটাকৈ বাওঁ‌ গণতান্ত্ৰিক সংগঠনে এই তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে ।

অ'এনজিচিৰ বিৰুদ্ধে সাতটা বাঁওপন্থী সংগঠনৰ প্ৰতিবাদ

এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত আইটিউ, চিচিআইটিউ, নিখিল ভাৰত কৃষক সভা,কৃষক মুক্তি সংগ্ৰাম সমিতি,এআইওৱাইএ, এছএফআই, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম মহিলা সংঘ, চাহ মুক্তি সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰে ৷

Intro:Body:NABUL KONWAE
DATE- 23/9/2019
NAZIRA, ASSAM.

নাজিৰা, ২৩ চেপ্তেম্বৰ- দেশৰ মহাৰত্ন কোম্পানী খ্যাত ONGC ৰ বিৰুদ্ধে নাজিৰাত অব্যাহত আছে প্ৰতিবাদ৷ সোমবাৰে সাতটাকৈ সংগঠনৰ অৱস্থান ধৰ্মঘট কপিল নাজিৰাৰ ONGC অসম সম্পদৰ কাৰ্যালয়৷

V/O - ধাৰাবাহিক আন্দোলনৰ সন্মুখীন হোৱা দেখা গৈছে দেশৰ মহাৰত্ন কোম্পানী খ্যাত ONGC৷
দেশৰ মহাৰত্ন কোম্পানী ONGC সন্মুখীন হৈছে এতিয়া ধাৰাবাহিক আন্দোলনৰ।ONGC অসম সম্পদ নাজিৰাৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত আজি সাত টাকৈ সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী হাতত লয় ।
তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বন্ধ কৰা আৰু যোগ্যতাৰ ভিত্তিত থলুৱা নিবনুৱাক নিযুক্তিৰ দাবীত সাতটাকৈ বাওঁ‌ গণতান্ত্ৰিক সংগঠনে ONGC অসম সম্পদ নাজিৰা কাৰ্য্যালয়ৰ সন্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে।

এই অৱস্থান ধৰ্মঘট
এই ধৰ্মঘট কাৰ্য্যসূচীত AITU, CCITU,নিখিল ভাৰত কৃষক সভা,কৃষক মুক্তি সংগ্ৰাম সমিতি,AIYF .SFI,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,অসম মহিলা সংঘ,চাহ মুক্তি সংগ্ৰাম সমিতি য়ে অংশগ্ৰহণ কৰে৷
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.