ETV Bharat / state

অসম জাতীয় পৰিষদে ৰাজ্যত কোনো প্ৰভাৱ নেপেলায় !

আমগুৰি সমষ্টিৰ অন্তৰ্গত চাৰি বৰতলত অনুষ্ঠিত অগপৰ এখন বিশেষ সভাত বিস্ফোৰক মন্তব্য আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাই আগন্তুক দিনত অসমীয়া জাতি তথা সমাজৰ কাৰণে অশনি সংকেট কঢ়িয়াই আনিব বুলি মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে ৷

MLA Pradip Hazarika's reaction about CONG-AIUDF alliance
কংগ্ৰেছ- এ আই ইউ ডি এফৰ মিত্ৰজোট শাসনলৈ আহিলে অসমলৈ দুৰ্দিন আহিবঃ প্ৰদীপ হাজৰিকা
author img

By

Published : Sep 19, 2020, 10:14 AM IST

আমগুৰি, 19 ছেপ্তেম্বৰ: কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত আমগুৰি সমষ্টিৰ অন্তৰ্গত চাৰি বৰতলত অনুষ্ঠিত অগপৰ এখন বিশেষ সভাত বিস্ফোৰক মন্তব্য আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ৷ এই মিত্ৰজোটে আগন্তুক দিনত অসমীয়া জাতি তথা সমাজৰ কাৰণে অশনি সংকেট কঢ়িয়াই আনিব বুলি মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে ৷ আনকি এই মিত্ৰজোটে অসমীয়া সমাজ ব্যৱস্থা ভাঙি থানবান কৰিব বুলি মন্তব্য কৰে বিধায়ক প্ৰদীপ হাজৰিকাই ৷ আনহাতে 2021 ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

কংগ্ৰেছ- এ আই ইউ ডি এফৰ মিত্ৰজোট শাসনলৈ আহিলে অসমলৈ দুৰ্দিন আহিবঃ প্ৰদীপ হাজৰিকা

বিধায়ক গৰাকীয়ে লগতে উল্লেখ কৰে যে, একমাত্ৰ ক্ষমতা দখলৰ কাৰণেই কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা হৈছে ৷ এই মিত্ৰজোট ক্ষমতালৈ আহিলে অসমলৈ দুৰ্দিন আহিব৷ সভাত নিৰ্বাচনৰ পূৰ্বে বিধায়ক হাজৰিকাৰ নিৰাপত্তা দিশতো বহুকেইটা তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়কঃ গোলাঘাটত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ ৰূপঃ আতংকিত গঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.