শিৱসাগৰ, 1 মেঃ ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ উদ্যোগত বুধবাৰে শিৱসাগৰত দিনযোৰা কাৰ্যসূচীৰে পালন কৰে 'আন্তৰ্জাতিক শ্ৰমিক দিৱস'। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দিৱসৰ ১৩০ বছৰীয়া সংগ্ৰামক সুঁৱৰি শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত ১৩০ খন পতাকা উত্তোলন কৰে সদস্যসকলে। তাৰ পাছতে শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় দিৱসৰ মূল অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰে সমাজকৰ্মী পোনাৰাম মিলি,জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ আৰু সুমেশ ডেকাই। আনহাতে, এই সভাত বক্তাসকলে বিগত সময়ৰ শ্ৰমিক আন্দোলন সমূহৰ বিভিন্ন দিশ সামৰি বক্তৃতা প্ৰদান কৰে অনুষ্ঠানটিত।
শিৱসাগৰত আন্তৰ্জাতিক শ্ৰমিক দিৱস, ১৩০ খন পতাকা উত্তোলন - assam news
কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দিৱসৰ ১৩০ বছৰীয়া সংগ্ৰামক সুঁৱৰি শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত ১৩০ খন পতাকা উত্তোলন কৰে সদস্যসকলে। তাৰ পাছতে শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় দিৱসৰ মূল অনুষ্ঠান
শিৱসাগৰ, 1 মেঃ ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ উদ্যোগত বুধবাৰে শিৱসাগৰত দিনযোৰা কাৰ্যসূচীৰে পালন কৰে 'আন্তৰ্জাতিক শ্ৰমিক দিৱস'। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দিৱসৰ ১৩০ বছৰীয়া সংগ্ৰামক সুঁৱৰি শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত ১৩০ খন পতাকা উত্তোলন কৰে সদস্যসকলে। তাৰ পাছতে শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় দিৱসৰ মূল অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰে সমাজকৰ্মী পোনাৰাম মিলি,জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ আৰু সুমেশ ডেকাই। আনহাতে, এই সভাত বক্তাসকলে বিগত সময়ৰ শ্ৰমিক আন্দোলন সমূহৰ বিভিন্ন দিশ সামৰি বক্তৃতা প্ৰদান কৰে অনুষ্ঠানটিত।
Story-MAY_DAY
Ananta Smith
Sivasagar
01st May
A_SVR_01ST_MAY_801-803_MAY_DAY_7203499
ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ উদ্যোগত আজি শিৱসাগৰত দিনযোৰ বিস্তৃত কাৰ্যসূচীৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয়।
কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দিৱসৰ ১৩০ বছৰীয়া সংগ্ৰামক সুঁৱৰি আজি শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত ১৩০ খন পতাকা উত্তোলন কৰা হয়।
ইয়াৰ পাছত শিৱসাগৰ নাট্য মন্দিৰত দিৱসৰ মূল অনুষ্ঠান অনুষ্ঠিত হয়।
এই অনুষ্ঠানত সমাজকৰ্মী পোনাৰাম মিলি,জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ আৰু সুমেশ ডেকাই অংশগ্ৰহণ কৰে ।কেওজন বক্তাই বিগত সময়ৰ শ্ৰমিক আন্দোলন সমূহৰ বিভিন্ন দিশ সামৰি বক্তৃতা প্ৰদান কৰে।
সুস্থ সাম্যতন্ত্র সমাজবাদৰ ভৱিষ্যত খাটি খোৱা শ্ৰমিক সকলে নিজৰ অধিকাৰ আৰু নাৰ্য প্ৰাপ্তি লাভ কৰিছে নে নাই তাৰ উপৰতে নিৰ্ভৰশীল বুলি ব্যক্ত কৰে।
Bite:পূৰ্ণ গোহাঁই/INTUC