ETV Bharat / state

ডিমৌৰ কৃষি বিভাগৰ গুদামত অগ্নিকাণ্ড

ডিমৌত কৃষি বিভাগৰ বীজ নিগমৰ গুদামত অগ্নিকাণ্ড । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷

author img

By

Published : Apr 8, 2021, 2:09 PM IST

fire-at-dimou
ডিমৌত অগ্নিকাণ্ড

শিৱসাগৰ,8 এপ্ৰিল : শিৱসাগৰ জিলাৰ ডিমৌত কৃষি বিভাগৰ বীজ নিগমৰ গুদামত সংঘটিত হৈছে এক অগ্নিকাণ্ড । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

ডিমৌত অগ্নিকাণ্ড

বৃহস্পতিবাৰে পুৱাৰ ভাগত গুদাম ঘৰৰ পৰা ধোঁৱা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে স্থানীয় ৰাইজে । ইয়াৰ পাচতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে । অগ্নিকাণ্ডৰ ফলত গুদামটোত থকা ধান, ঘেঁহু, চয়াবিন, মটৰ, গুমধানকে ধৰি বহু বীজ নষ্ট হয় ৷

লগতে পঢ়ক : কমাৰবন্ধাত দেওৰেকৰ দাৰ ঘাপত প্ৰাণ গ'ল বৌয়েকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.