ETV Bharat / state

চৰাইদেউত প্ৰথম গৰাকী কৰ’ণা ৰোগীৰ মৃত্যু - Covid 19

চৰাইদেউ জিলাৰ প্ৰথমগৰাকী কোভিড-১৯ ত আক্ৰান্ত ৰোগীৰ ইতিমধ্যে মৃত্যু ঘটিছে । অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুপথাৰ গাঁৱৰ ভবেন গগৈ নামৰ ৭০ বছৰীয়া ব্যক্তিগৰাকীৰ ৷

first covid 19 patient death from charaideu
চৰাইদেউত প্ৰথম গৰাকী কৰ’ণা ৰোগীৰ মৃত্যু
author img

By

Published : Jul 11, 2020, 12:05 AM IST

শিৱসাগৰ,10 জুলাই: চৰাইদেউ জিলাৰ প্ৰথমগৰাকী কোভিড-১৯ ত আক্ৰান্ত ৰোগীৰ ইতিমধ্যে মৃত্যু ঘটিছে । অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুপথাৰ গাঁৱৰ ভবেন গগৈ নামৰ ৭০ বছৰীয়া ব্যক্তিগৰাকীৰ ৷ উল্লেখ্য যে,গুৱাহাটী মহানগৰীৰ পৰা অহাৰ পিছতে অসুস্থ হৈ পৰিছিল ব্যক্তিগৰাকী । ব্যক্তিগৰাকীৰ স্বাৱৰ নমুনা পৰীক্ষা কৰাৰ পাচতে ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ।

লগতে চাওকঃ কাৰাগাৰত পাখি মিঞাৰ চিকিৎসা কৰাব পাৰে, অখিলৰ নোৱাৰে কিয়ঃ লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.