ETV Bharat / state

শিৱসাগৰত কিয় এজন যুৱকৰ ওপৰত জঁপিয়াই পৰিল এজাক মানুহ? - শিৱসাগৰ

ৰাজ্যজুৰি অব্যাহত আছে মৰেল পুলিচিঙৰ ঘটনা ৷ এইবাৰ শিৱসাগৰৰ অসম-নগালেণ্ড সীমান্তৰ হালোৱাটিঙত স্থানীয় ৰাইজে এজন নিচাসক্ত যুৱকক কৰায়ত্ত কৰি উত্তম মধ্যম সোধাই গতাই দিয়ে হালোৱাটিং আৰক্ষীক ৷

হালোৱাটিঙত নিচাসক্ত যুৱকক অমানুষিক অত্যাচাৰ স্থানীয় ৰাইজৰ
author img

By

Published : Mar 22, 2019, 12:24 PM IST

শিৱসাগৰ,22 মাৰ্চ :ৰাজ্যজুৰি অব্যাহত আছে মৰেল পুলিচিঙৰ ঘটনা ৷ এইবাৰ শিৱসাগৰৰ অসম-নাগালেণ্ড সীমান্তৰ হালোৱাটিঙত স্থানীয় ৰাইজে এজন নিচাসক্ত যুৱকক কৰায়ত্ত কৰি উত্তম-মধ্যম সোধাই গতাই দিয়ে হালোৱাটিং আৰক্ষীক ৷

হালোৱাটিঙত নিচাসক্ত যুৱকক অমানুষিক অত্যাচাৰ স্থানীয় ৰাইজৰ
কেৱল এয়াই নহয়, মাৰধৰ কৰাৰ উপৰিও নিজেই বিচাৰকৰ ভাৱত যুৱকজনক বিভিন্ন অপৰাধৰ লগত জড়িত কৰাৰো চেষ্টা কৰে স্থানীয় ৰাইজে ৷ পাচত ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

হালোৱাটিং হনুমান মন্দিৰৰ সমীপত উদ্ধাৰ হোৱা যুৱকজন চেলেংহাটৰ পদুমণি ৰহঢলাৰ বুলি জানিব পৰা গৈছে ৷ 6/7 বছৰ ধৰি ড্ৰাগছ সেৱন কৰি অহা বুলি প্ৰকাশ কৰাৰ লগতে হালোৱাটিঙৰ অম্বেশ্বৰ নামৰ ড্ৰাগছ বেপাৰীৰ পৰা ক্ৰয় কৰা বুলি প্ৰকাশ কৰিছে যুৱকজনে ৷ যুৱকজনৰ জেপৰপৰা স্থানীয় লোকে আঠটাকৈ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে ।

*হালোৱাটিংত মৰেল পুলিচ-নিচাসক্ত এজন যুৱকক ধৰি অমানুষিক অত্যাচাৰ*

Story-MORAL_POLICE
Ananta smith
Sivasagar
22nd March

A_SVR_22ND_MAR_801-802_MORAL_POLICE_ANANTA

অসম নগালেণ্ড সীমান্তৰ হালোৱাটিঙত নিশা উত্তেজনা।এজন নিচাসক্ত যুৱকক কৰায়ত্ত কৰি এজাক মানুহৰ আক্ৰমণ।

ড্ৰাগছ আসক্ত যুৱকক হাতে লোটে ধৰিলে স্থানীয় ৰাইজে। যুৱকজনৰ হাতৰপৰা উদ্ধাৰ ৮টাকৈ নিচাযুক্ত টেবলেট।

হালোৱাটিং হনুমান মন্দিৰৰ সমীপত উদ্ধাৰ যুৱকজনক

যুৱকজনৰ নাম বিশাল শইকীয়া। চেলেংহাটৰ পদুমণি ৰহঢলাত ঘৰ বুলি প্ৰকাশ কৰিছে যুৱকজনে।

স্থানীয় ৰাইজে উত্তম মধ্যম সোধাই গতাই দিয়ে হালোৱাটিং আৰক্ষীক।

ৰাজ্যত পুনৰ এক মৰেল পুলিচৰ দৰে জঘণ্য ঘটনা। এইবাৰ স্থান শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তৰ হালোৱাটিঙ। যোৱা নিশা হালোৱাটিং হনুমান মন্দিৰৰ সমীপত ড্ৰাগছ আসক্ত বিশাল শইকীয়া নামৰ যুৱকজনক স্থানীয় লোকে এটা গাঁতৰ পৰা উদ্ধাৰ কৰে। যুৱকজনৰ জেপৰপৰা স্থানীয় লোকে আঠটাকৈ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে। লগে লগে আৰম্ভ হয় যুৱকজনৰ ওপৰত অত্যাচাৰ।চৰ-লাঠ-গোৰ-ফলা বাঁহৰ কোব আদি বিভিন্ন অত্যাচাৰেৰে লেবাজান কৰে যুৱকজনক।লগতে বিচাৰ কাৰ্য আৰম্ভ কৰি বিভিন্ন অপৰাধৰ লগত জড়িত কৰাৰ চেষ্টা কৰে যুৱকজনক।। যুৱকজনে ৬/৭ বছৰ ধৰি ড্ৰাগছ সেৱন কৰি অহা বুলি প্ৰকাশ কৰা লগতে হালোৱাটিংৰ অম্বেশ্বৰ নামৰ ড্ৰাগছ বেপাৰীৰ পৰা ক্ৰয় কৰা বুলি প্ৰকাশ কৰিছে।

ঘটনাৰ পিছতে হালোৱাটিং আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.