ETV Bharat / state

অৰুণাচলত উদ্ধাৰ শিৱসাগৰৰ পৰা চুৰি ফকলেন - চুৰি

শিৱসাগৰৰ ভোলানাথ পাৰ্কিঙৰ পৰা আৰিফ খান, ৰাজু আৰু কেইজনমান যুৱকে ভয়-ভাবুকিৰে ঝাৰখণ্ড নিবাসী উমেশ কুমাৰ যাদৱৰ ফকলেনখন কাঢ়ি লৈ যায় । আনহাতে বৰ্তমানে পলাতক আৰিফ খানে ফকলেন খন উমেশ যাদৱৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰি কেতবোৰ দলিল আৰক্ষীক প্ৰদান কৰিছে যদিও বৰ্তমানো আৰক্ষী নিশ্চিত হ'ব পৰা নাই।

অৰুণাচলত উদ্ধাৰ চুৰি ফকলেন
author img

By

Published : May 5, 2019, 8:02 PM IST

শিৱসাগৰ, ৫ মেঃ অৰুণাচলত উদ্ধাৰ হ'ল ১৯ এপ্ৰিলত চুৰি হোৱা এখন ফকলেন। অভিযোগ অনুসৰি শিৱসাগৰৰ ভোলানাথ পাৰ্কিঙৰ পৰা আৰিফ খান, ৰাজু আৰু কেইজনমান যুৱকে ভয়-ভাবুকিৰে ঝাৰখণ্ড নিবাসী উমেশ কুমাৰ যাদৱৰ ফকলেনখন কাঢ়ি লৈ যায় ।

অৰুণাচলত উদ্ধাৰ চুৰি ফকলেন

ঘটনা সন্দৰ্ভত উমেশ কুমাৰ যাদৱে শিৱসাগৰ সদৰ থানাত ২১ এপ্ৰিলত এজাহাৰ দাখিল কৰে আৰু দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩০২/২০১৯ নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডাবিধি আইনৰ ৩৮৭ ধাৰাত অনুসন্ধান আৰম্ভ কৰে। ফকলেনখন ক্ৰয়ত বিত্তীয় সহায় প্ৰদান কৰা বিআৰডি ইকুইপমেণ্ট ফাইনেঞ্চ লিমিটেডৰ জিপিএছ চিষ্টেমত অৱশেষত অৰুণাচলৰ মেও থানাৰ অন্তৰ্গত খাচাংত ফকলেন থকা বুলি তথ্য লাভ কৰে শিৱসাগৰ আৰক্ষীয়ে।

শুকুৰবাৰে শিৱসাগৰ আৰক্ষীৰ এটা দলে অৰুণাচল আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে ফকলেনখন। আনহাতে বৰ্তমানে পলাতক আৰিফ খানে ফকলেন খন উমেশ যাদৱৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰি কেতবোৰ দলিল আৰক্ষীক প্ৰদান কৰিছে যদিও বৰ্তমানো আৰক্ষী নিশ্চিত হ'ব পৰা নাই।

*শিৱসাগৰৰ পৰা চুৰি হোৱা ফকলেন অৰুণাচলত উদ্ধাৰ*
Story-FOCKLAN_RECOVERED
Ananta Smith
Sivasagar
05-05-19

A_SVR_05TH_MAY_801-802_FOCKLANE_RECOVERED_7203499

যোৱা ১৯ এপ্ৰিল তাৰিখে শিৱসাগৰ নগৰৰ বাইপাচৰ ভোলানাথ পাৰ্কিংৰ পৰা চুৰি হোৱা ফকলেন উদ্ধাৰ হয় অৰুণাচলত।যোৱা ১৯ এপ্ৰিল তাৰিখে ভোলানাথ পাৰ্কিংৰ পৰা আৰিফ খান,ৰাজু আৰু কেইজনমান যুৱকে ঝাৰখণ্ডৰ উমেশ কুমাৰ যাদৱ নামৰ এজন লোকৰ ফকলেনখন ভয়-ভাবুকিৰে বলপূৰ্বক লৈ যায়।ঘটনা সন্দৰ্ভত উমেশ কুমাৰ যাদৱে শিৱসাগৰ সদৰ থানাত ২১ এপ্ৰিল তাৰিখে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৩০২/২০১৯ নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডাবিধী আইনৰ ৩৮৭ ধাৰাত অনুসন্ধান আৰম্ভ কৰে।ফকলেন ফাইনাঞ্চ কৰা বিআৰডি ইকুইপমেণ্ট ফাইনাঞ্চ লিমিটেডৰ জিপিআৰএচ চিষ্টেমত অৱশেষত অৰুণাচলৰ মেও থানাৰ অন্তৰ্গত খাচাংত ফকলেন থকা বুলি তথ্য লাভ কৰে শিৱসাগৰ আৰক্ষীয়ে।শুক্ৰবাৰে শিৱসাগৰ আৰক্ষীৰ এক দলে অৰুণাচল আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে ফকলেনখন।জানিব পৰা অনুসৰি ডকাইতৰ দলটোৱে বলপূৰ্বক ভাৱে লৈ যোৱা ফকলেন খন জাগুনৰ এজন ব্যক্তিক কামত লগাবলৈ দিছিল।আনহাতে বৰ্তমানে পলাতক আৰিফ খানে উমেশ যাদৱৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰি কেতবোৰ দলিল আৰক্ষীক প্ৰদান কৰিছে যদিও এতিয়াও আৰক্ষী নিশ্চিত হব পৰা নাই।আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান।

Bite-ফকলেন চালক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.