ETV Bharat / state

শিৱসাগৰৰ ঐতিহাসিক আজানপীৰ দৰগাহত চুৰিকাণ্ড; উদ্ধাৰ 1 খন চাইকেল - amguri thief ajanpir dargah

শিৱসাগৰৰ ঐতিহাসিক আজানপীৰ দৰগাহত চুৰিকাণ্ডৰ ঘটনা ৷ চোৰে ভাঙিলে দানপাত্ৰ । দুখনকৈ পৰিচালনা সমিতি থকাৰ কাৰণেই দীৰ্ঘদিনে মতানৈক্য হৈ অহাৰ কাৰণেই চোৰৰ লক্ষ্য হৈ পৰে দৰগাহস্থলী ।

আজানপীৰ দৰগাহত চুৰিকাণ্ড
author img

By

Published : Oct 9, 2019, 6:07 PM IST

Updated : Oct 9, 2019, 8:46 PM IST

আমগুৰি, ৯ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক আজানপীৰ দৰগাহত চুৰিকাণ্ড ৷ চোৰে ভাঙিলে দানপাত্ৰ । চোৰে এৰি থৈ গ'ল এখন চাইকেল । ইপিনে দৰগাহস্থলীৰ পৰা উদ্ধাৰ হয় এখন ৰেচিং চাইকেল ।

আজানপীৰ দৰগাহত চুৰিকাণ্ড

উল্লেখ্য যে যোৱা বহু দিন ধৰি বন্ধ হৈ আছিল দৰগাহ । লগতে দৰগাহৰ পৰিচালনা সমিতিৰ একাংশ সদস্যৰ মাজত মতানৈক্য চলি থকাৰ মাজতে চোৰৰ লক্ষ্য হৈ পৰে দৰগাহৰ দানপাত্ৰ ৷ যোৱা ১৮ মাহ ধৰি দানপাত্ৰ খোলা নাছিল পৰিচালনা সমিতিয়ে । ইতিমধ্যে দৰগাহস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে দৰগাহৰ ভঙা দানপাত্ৰস্থলীৰ পৰা ২ লক্ষাধিক টকা উদ্ধাৰ কৰিছে । এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷

Intro:Body:আমগুৰি ৯ অক্টোবৰ:

শিৱসাগৰৰ ঐতিহাসিক
আজানপীৰ দৰগাহত চুৰিকাণ্ড

চোৰ ভাঙিলে দানপাত্ৰ ।

চোৰে এৰি থৈ গ'ল এডাল চাবুল, এখন চাইকেল ।

দৰগাহস্থলীৰ পৰা উদ্ধাৰ এখন ৰেচিং চাইকেল।

চোৰে দানপাত্ৰৰ আধা ধন নিয়াৰ লগতে অধা অংশ ধন থৈ গ'ল দান পাত্ৰত।

যোৱা বহু দিন ধৰি বন্ধ হৈ আছিল দৰগাহ। দৰগাহৰ পৰিচালনা সমিতিৰ একাংশ সদস্যৰ মাজত মতানৈক্য চলি থকাৰ মাজতে চোৰৰ লক্ষ্য হৈ পৰে দৰগাহৰ দানপাত্ৰ

যোৱা ১৮ মাহ ধৰি দানপাত্ৰ খোলা নাছিল পৰিচালনা সমিতিয়ে। দুখনকৈ পৰিচালনা সমিতি থকাৰ কাৰণেই দীৰ্ঘদিনে মতানৈক্য হৈ অহাৰ কাৰণেই চোৰৰ লক্ষ্য হৈ পৰে দৰগাহস্থলী।

ইতিমধ্যে দৰগাহস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে দৰগাহৰ ভঙা দানপাত্ৰস্থলীৰ পৰা ২ লক্ষাধিক টকা উদ্ধাৰ কৰিছে।

এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ

সমীৰণ দুৱৰা আমগুৰিConclusion:
Last Updated : Oct 9, 2019, 8:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.