ETV Bharat / state

হালোৱাটিঙত চোৰাং বালিভৰ্তি ডাম্পাৰ জব্দ

author img

By

Published : Feb 2, 2021, 7:36 PM IST

আমগুৰিৰ হালোৱাটিঙত আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত জব্দ কৰিছে এখন চোৰাং বালি ভৰ্তি ডাম্পাৰ ৷ ডাম্পাৰখন আৰক্ষীয়ে জব্দ কৰি হালোৱাটিং বন বিভাগক চমজাই দিছে আৰক্ষীয়ে ।

amguri sand loaded dumper seized
হালোৱাটিঙত চোৰাং বালিভৰ্তি ডাম্পাৰ জব্দ

আমগুৰি, ২ ফেব্ৰুৱাৰী : আমগুৰিৰ হালোৱাটিঙত চোৰাং বালিভৰ্তি এখন ডাম্পাৰ জব্দ কৰিছে আৰক্ষীয়ে ৷ হালোৱাটিং আৰক্ষীৰ অভিযানত AS 04 BC 4767 নম্বৰৰ চোৰাং বালি কঢ়িওৱা ডাম্পাৰখন জব্দ কৰা হয় ।
উল্লেখ্য যে, হালোৱাটিং বন বিভাগৰ গাফিলতিৰ বাবে ইতিমধ্যে বহু চোৰাং বালিৰ গাড়ী দৈনিক হাৱোলাটিং বন বিভাগৰ সন্মুখেৰে সৰবৰাহ হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

হালোৱাটিঙত চোৰাং বালিভৰ্তি ডাম্পাৰ জব্দ

মঙলবাৰে হালোৱাটিং থানাই নিয়মীয়া তালাচী চলোৱা সময়ত ডাম্পাৰৰখনে কোনো চালান দেখুৱাব নোৱাৰাত জব্দ কৰে বালি ভৰ্তি বাহনখন ৷ পৰৱৰ্তী সময়ত ডাম্পাৰখন আৰক্ষীয়ে জব্দ কৰি হালোৱাটিং বন বিভাগক চমজাই দিয়ে ।
লগতে পঢ়ক: ডিমা হাছাওত উদযাপন ৰলচাফাক উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.