ETV Bharat / state

শিৱসাগৰ নামতি চাৰিআলিৰ পৰা সন্ধানহীন এজন ব্যক্তি - নামতি চাৰিআলি

শিৱসাগৰ জিলাৰ নামতি আৰক্ষী থানাৰ অন্তৰ্গত  অভয়পুৰীয়া গাঁৱৰ ভূপেন গগৈ নামৰ ৫৫ বছৰীয়া এজন ব্যক্তি সন্ধানহীন।শুকুৰবাৰৰ নিশা প্ৰায় ১১ বজাৰ পৰা নিখোজ ব্যক্তিজন ৷

শিৱসাগৰ নামতি চাৰিআলিৰ পৰা সন্ধানহীন ব্যক্তি
author img

By

Published : Aug 17, 2019, 2:51 PM IST

শিৱসাগৰ , 17 আগষ্টঃশিৱসাগৰ জিলাৰ নামতি আৰক্ষী থানাৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱৰ ভূপেন গগৈ নামৰ ৫৫ বছৰীয়া এজন ব্যক্তি সন্ধানহীন। শুকুৰবাৰৰ নিশা প্ৰায় ১১ বজাৰ পৰা সন্ধানহীন হৈ আছে ব্যক্তিজন ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ব্যক্তিজন গ'ল্ড ব্লাডাৰ অসুখত ভুগি আছিল। চিকিৎসকৰ চিকিৎসা গ্ৰহণ কৰি থকা ব্যক্তিজনৰ শুকুৰবাৰৰ নিশা পেটৰ বিষ হোৱাত দুটাকৈ টেবলেট সেৱন কৰে। পিছত পৰিয়ালক অৱগত নকৰাকৈ ব্যক্তিজন ঘৰৰপৰা ওলায় যায়।হঠাৎ সন্ধানহীন হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

পৰিয়ালৰ লোকে ব্যক্তিজনৰ সন্ধান উলিয়াব পৰা নাই। ইতিমধ্যে নামতি আৰক্ষী থানাত সন্ধানহীন হোৱা সন্দৰ্ভত অৱগত কৰিছে। কোনো সদাশয় লোকে ব্যক্তিজনৰ কোনো সম্ভেদ পালে 60016 99126 ,7002962836 ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Intro:Body:Amguri 17 August
শিৱসাগৰ জিলাৰ নামতি আৰক্ষী থানাৰ অন্তৰ্গত ৰাতি পৰা শিৱসাগৰ নামতিৰ অভয়পুৰীয়া গাঁৱৰ ভূপেন গগৈ নামৰ ৫৫ বছৰীয়া এজন ব্যক্তি সন্ধানহীন।

শুক্ৰবাৰৰ নিশা প্ৰায় ১১ বজাৰ পৰা সন্ধানহীন হৈ আছে ব্যক্তিজন

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ব্যক্তিজনৰ গ'ল্ড ব্লাডাৰ অসুখত ভুগি আছিল। চিকিৎসকৰ চিকিৎসা গ্ৰহণ কৰি থকা ব্যক্তিজনৰ কালি নিশা পেটৰ বিষ হোৱাত দুটাকৈ টেবলেট সেৱন কৰে। পিছত পৰিয়ালক অৱগত নকৰাকৈ ব্যক্তিজন ঘৰৰপৰা ওলায় যায়।

পৰিয়ালৰ লোকে ব্যক্তিজনৰ সন্ধান উলিয়াব পৰা নাই। আজি ঘটনা সন্দৰ্ভত নামতি আৰক্ষীক অৱগত কৰিছে।

কোনো সদাশয় লোকে ব্যক্তিজনক দেখা পায় 60016 99126 ,
7002962836 .. এই নম্বৰ দুটাত ফোন কৰিবলৈ জনাইছে।
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.