ETV Bharat / state

নলবৰীত হাজাৰ-হাজাৰ অনুৰাগীৰ মাজত বিলিন হ'ল জুবিন গাৰ্গ

নগাঁৱৰ পাছত নলবাৰী মহাবিদ্যালয়ত জুবিন গাৰ্গে চলালে কাঞ্চনজংঘাৰ প্ৰচাৰ‌

জুবিন গাৰ্গকলৈ হেতা-ওপৰা
author img

By

Published : Aug 23, 2019, 10:29 PM IST

নলবাৰী,23 আগষ্টঃ অনুৰাগীৰ বহু প্ৰত্যাশিত ছবি কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে যুৱ প্ৰজন্মৰ হাৰ্থথ্ৰ'ৱ জুবিন গাৰ্গ উপস্থিত হল নলবাৰী মহাবিদ্যালয় খেলপথাৰত। উল্লেখযোগ্য যে ,৬ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া চলচ্চিত্ৰ কাঞ্চনজংঘাৰ বাবে উজনি নামনি চৌদিশে মাৰাথান প্ৰচাৰ চলাইছে শিল্পী গৰাকীয়ে ৷ নলবাৰী মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ তৰফৰ পৰা উষ্ম আদৰণি জনাই শিল্পী গৰাকীক।

জুবিন গাৰ্গকলৈ হেতা-ওপৰা

প্ৰচাৰ অভিযানত জুবিনৰ লগত পত্নী গৰিমা গাৰ্গৰ লগতে উপস্থিত থাকে শশাংক সমীৰ।নলবাৰীৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত থাকি কাঞ্চনজংঘাৰ সংলাপ জুৰিলে জুবিন গাৰ্গে লগতে গালে কাঞ্চনজংঘাৰ জনপ্ৰিয় গীত 'ধূলিকণা' । ভাষণ প্ৰসংগত জুবিন গাৰ্গে পুনৰ চিনেমা বনাব বুলিও উল্লেখ কৰে । নলবাৰী চিনেমা হলটো বন্ধ হোৱাৰ বাবে দুখ প্ৰকাশ কৰি সকলোকে লগ লাগি চিনেমা হলটো খোলাৰ বাবে অনুৰোধ কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে ৷

Intro:নলবাৰীত জুবিনৰ কাঞ্চনজংঘাৰ প্ৰচাৰ‌
জনসমুদ্ৰত পৰিণত হল নলবাৰী মহাবিদ্যালয় খেলপথাৰ।Body:যুৱ প্ৰজন্মৰ হাৰ্থথ্ৰৱ জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে উপস্থিত হল নলবাৰী মহাবিদ্যালয় খেলপথাৰত।উল্লেখযোগ্য যে ৬ ছেপ্টেম্বৰত মুক্তি পাৱলগীয়া ছবি কাঞ্চন জংঘাৰ মাৰাথান প্ৰচাৰ চলাইছে উজনি নামনি চৌদিশে শিল্পী গৰাকীয়ে ।নলবাৰী মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ তৰফৰ পৰা উস্ম আদৰণি জনাই শিল্পী গৰাকীক।প্ৰচাৰ অভিযানত জুবিনৰ লগত উপস্থিত পত্নী গৰিমা গাৰ্গৰ লগতে শশাংক সমীৰ।জুবিনৰ মুখত পুনৰ শুনা গল কাঞ্চনজংঘাৰ সংলাপ।জুবিন গাৰ্গে পুনৰ চিনেমা বনাব বুলিও ভাষণ প্ৰসংগত কলে। চিনেমা হল বন্ধ হৈ চিনেমা বনাই কি লাভ।আৰু সকলোকে লগ লাগি চিনেমা হলটো খোলাৰ কথাও উল্লেখ কৰিলে।নলবাৰী চিনেমা হলটো বন্ধ হোৱাৰ বাবে দুখ পোৱাৰ কথাও উল্লেখ কৰিলে জুবিন গাৰ্গে। জুবিন গাৰ্গে কাঞ্চনজংঘাৰ জনপ্ৰিয় গীত ছাত্র-ছাত্ৰী সকলৰ মাজত গালে ধূলিধনা ও।হাজাৰ হাজাৰ ছাত্র-ছাত্ৰী উপস্থিত থাকিল জুবিন কাঞ্চনজংঘাৰ প্ৰচাৰত।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.