ETV Bharat / state

নলবাৰীত সত্য ৰঞ্জন বৰাৰ সংবাদ মেল

"যি পৰিস্থিতিত অসম গতি কৰি আছে এতিয়াও যদি আমি মনে মনে থাকো তেতিয়া কাশ্মীৰি পণ্ডিতসকলৰ দৰে আমিও অসম এৰি পলাই যাব লাগিব"

Nalbari
সংবাদ মেল
author img

By

Published : Oct 4, 2020, 10:46 PM IST

নলবাৰী, 4 অক্টোবৰঃ দেওবাৰে নলবাৰীত উপস্থিত হয় হিন্দুবাদী নেতা সত্য ৰঞ্জন বৰা । নলবাৰী জিলা প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদ মেলত অংশগ্ৰহণ কৰে হিন্দুবাদী নেতাগৰাকীয়ে । দেওবাৰে বাক্সা জিলাত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সত্য ৰঞ্জন বৰাই ।

লগতে পঢ়কঃ নাওবৈচাত জালনোট বনোৱা মেচিনসহ গ্ৰেপ্তাৰ অভিযুক্ত

ইয়াৰোপৰি "যি পৰিস্থিতিত অসম গতি কৰি আছে এতিয়াও যদি আমি মনে মনে থাকো তেতিয়া কাশ্মীৰি পণ্ডিতসকলৰ দৰে আমিও অসম এৰি পলাই যাব লাগিব" বুলি মন্তব্য কৰে সত্য ৰঞ্জন বৰাই ৷ উল্লেখ্য যে, আক্ৰমণ সন্দৰ্ভত বৰমা থানাত এজাহাৰ দাখিল কৰিব বুলি নেতাগৰাকীয়ে মন্তব্য কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.