ETV Bharat / state

নলবাৰীৰ ৰাস মহোৎসৱ উদ্বোধন কৰিলে সাংসদ দিলীপ শইকীয়াই

author img

By

Published : Nov 30, 2020, 10:10 AM IST

নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলিৰ ৮৭ সংখ্যক ৰাস মহোৎসৱ দেওবাৰৰ পৰা আৰম্ভ হৈছে । সোমবাৰে এই ৰাস মহোৎসৱ ভাগি উদ্বোধন কৰে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ৷

nalbari rakh mohotsav
নলবাৰীৰ ৰাস মহোৎসৱ উদ্ধোৰ্ধন কৰিলে সাংসদ দিলীপ শইকীয়াই

নলবাৰী, 30 নৱেম্বৰ : উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলিৰ ৮৭ সংখ্যক ৰাস মহোৎসৱ দেওবাৰৰ পৰা আৰম্ভ হৈছে । প্ৰতিবছৰে ব্যয় বহুল তথা বিশাল প্ৰস্তুতিৰে অনুষ্ঠিত হৈ অহা নলবাৰীৰ ৰাস মহোৎসৱ ক'ৰণা ভয়াবহতাৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় ।

উল্লেখ্য যে, নলবাৰীৰ এই ৰাস মহোৎসৱ ভাগি উদ্বোধন কৰে সাংসদ দিলীপ শইকীয়াই ৷ এই উপলক্ষে অনুষ্ঠিত উদ্ধোধনী সভাত উপস্থিত থাকে অসম পৰ্য্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, অভিনেতা যতীন বৰা, কণ্ঠ শিল্পী বিদ্যাসাগৰ, নলবাৰীৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা উপায়ুক্ত পূৰবী কোৱৰ, আৰক্ষী অধীক্ষক অমন জিৎ কৌৰ আদি ৷ ইফালে উদ্ধোধনী ভাষণত সাংসদ দিলীপ শইকীয়াই 2021-22 বৰ্ষৰ সাংসদ পুঁজিৰ পৰা নলবাৰী ৰাস মহোৎসৱৰ ৰাস মন্দিৰ নিৰ্মাণৰ বাবে সহায়ৰ আশ্বাস প্ৰদাণ কৰে ৷

লগতে পঢ়কঃখুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.