ETV Bharat / state

নলবাৰীত পানীৰ নামত বৰবিহ খাইছে জনসাধাৰণে

নলবাৰীৰ বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ চূড়ান্ত গাফিলতি আৰু অকৰ্মাণ্যতাই চৰম শংকা কঢ়িয়াই আনিছে নলবাৰী জিলাৰ বেলশৰৰ সহস্ৰাধিক পৰিয়ালৰ জীৱনলৈ ৷

নলবাৰীত পানীৰ নামত বৰবিহ খাইছে জনসাধাৰণে
author img

By

Published : Aug 16, 2019, 4:03 PM IST

নলবাৰী, 16 আগষ্ট: নলবাৰী জিলাৰ পকোৱা অঞ্চলৰ জনসাধাৰণৰ বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰায় একহাজাৰ পৰিয়ালক সামৰি স্থাপন কৰিছিল খোৱাপানী যোগান আঁচনিখন । কিন্তু প্ৰায় সহস্ৰাধিক পৰিয়ালক সামৰি স্থাপন কৰা আঁচনিখনৰ পৰা মাত্ৰ কেইঘৰমান পৰিয়ালেহে পানী লাভ কৰিবলৈ সক্ষম হৈছে যদিও সেয়া অনিয়মীয়া ।

নলবাৰীত পানীৰ নামত বৰবিহ খাইছে জনসাধাৰণে

আনহাতে পানী যোগান আঁচনিখনৰ বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলা আৰু গাফিলতিৰ বাবে বিশুদ্ধ পানীৰ নামত বৰবিহ খাইছে অঞ্চলটোৰ ৰাইজে । পানীৰ টেংকিসমূহত ভেঁকুৰ, চেলেনিৰ প্ৰলেপ পৰাত বিশুদ্ধ পানীৰ সলনি ঘোলা পানীহে ওলাই পাইপেৰে । স্থানীয় ৰাইজে অতি শীঘ্ৰে উক্ত পানীযোগান আঁচনিখন নিয়মীয়াভাবে পৰিচালনা কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ।

Intro:নলবাৰীত পানীৰ নামত কি খাইছে জনসাধাৰণে।

Body:পানীৰ নামত বৰবিহ খুৱাইছে জনস্বাস্হ্য কাৰিকৰী বিভাগে৷পকোৱাত এতিয়াও বিশুদ্ব খোৱাপানীৰ পৰা বঞ্চিত এক হাজাৰো অধিক পৰিয়াল।উল্লেখযোগ্য যে নলবাৰী জিলাৰ বেলশৰ জনস্বাস্হ্য কাৰিকৰী বিভাগৰ অধিনস্হ এইটো বৃহত্তৰ পকোৱা অঞ্চলৰ একমাত্ৰ খোৱা পানী যোগান অাঁচনি ।অঞ্চলটোৰ প্ৰায় একহাজাৰো অধিক পৰিয়ালক সমাৰি স্হাপন হৈছিল যদিও মাত্ৰ কেইঘৰ মান পৰিয়ালে পানী লাভ কৰিছে যদিও সেয়াও অ-নিয়মীয়া ।অানহাতে বিভাগীয় কতৃপক্ষৰ অবহেলাৰ বাবে পানীৰ নামত বৰবিহ খাইছে ৰাইজে ।পানীৰ ট্ৰেংকি সমুহত ভেকুৰ,চেলেনি অাদিৰ প্ৰলেপ পৰাত বিশুদ্ব পানীৰ সলনি ঘোলা পানীহে ওলাই পাইপেৰে ।এই বৰবিধ সদৃশ পানীয়ে জনস্বাস্হ্যৰ প্ৰতি ভাবুকি কঢ়িয়াইছে । ।বিভাগটোৰ অকৰমান্যতাৰ বাবে অঞ্চলটোৰ এক হাজাৰৰো অধিক পৰিয়াল অাজিও খোৱা পানীৰ পৰা বঞ্চিত হব লগা হৈছে ।স্হানীয় ৰাইজে অতি শিঘ্ৰে উক্ত পানীযোগান অাঁচনিটো নিয়মীয়া ভাবে পৰিচালনা কৰিবলৈ বিভাগীয় কতৃপক্ষক অাহ্বান জনাই ।

বাইট-Conclusion:কৈলাস ডেকা, নলবাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.