নলবাৰী, 9 জুলাইঃ নলবাৰী জিলাৰ গৰ্ডন খেলপথাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় 40 সংখ্যক সদৌ অসম আন্ত:জিলা চিনিয়ৰ পুৰুষ-মহিলাৰ বক্সিঙ প্ৰতিযোগিতা । প্ৰতিযোগিতাৰ বিভিন্ন শাখাৰ ছেমি ফাইনেল খেল সমূহ ইতিমধ্যে সমাপ্ত হৈছে আৰু আজি ফাইনেল খেল অনুষ্ঠিত হ'ব ৷ উল্লেখযোগ্য যে প্ৰতিযোগিতা খনত ৰাজ্যৰ 25 খন জিলাৰ মুঠ 93 গৰাকী পুৰুষ আৰু 32 গৰাকী মহিলা বক্সাৰে অংশ গ্ৰহণ কৰিছিল ।
আজি অনুষ্ঠিত হ'ব আন্ত:জিলা চিনিয়ৰ পুৰুষ-মহিলা বক্সিঙ প্ৰতিযোগিতাৰ ফাইনেল - নলবাৰী
93 গৰাকী পুৰুষ আৰু 32 গৰাকী মহিলাৰ অংশগ্ৰহণেৰে সদৌ অসম আন্ত:জিলা চিনিয়ৰ পুৰুষ-মহিলাৰ বক্সিঙ প্ৰতিযোগিতাৰ সফল সমাপ্তি,আজি অনুষ্ঠিত হ'ব ফাইনেল খেল

সদৌ অসম আন্ত:জিলা চিনিয়ৰ পুৰুষ-মহিলাৰ বক্সিঙ প্ৰতিযোগিতা
নলবাৰী, 9 জুলাইঃ নলবাৰী জিলাৰ গৰ্ডন খেলপথাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় 40 সংখ্যক সদৌ অসম আন্ত:জিলা চিনিয়ৰ পুৰুষ-মহিলাৰ বক্সিঙ প্ৰতিযোগিতা । প্ৰতিযোগিতাৰ বিভিন্ন শাখাৰ ছেমি ফাইনেল খেল সমূহ ইতিমধ্যে সমাপ্ত হৈছে আৰু আজি ফাইনেল খেল অনুষ্ঠিত হ'ব ৷ উল্লেখযোগ্য যে প্ৰতিযোগিতা খনত ৰাজ্যৰ 25 খন জিলাৰ মুঠ 93 গৰাকী পুৰুষ আৰু 32 গৰাকী মহিলা বক্সাৰে অংশ গ্ৰহণ কৰিছিল ।
সদৌ অসম আন্ত:জিলা চিনিয়ৰ পুৰুষ-মহিলাৰ বক্সিঙ প্ৰতিযোগিতা অনুষ্ঠিত
সদৌ অসম আন্ত:জিলা চিনিয়ৰ পুৰুষ-মহিলাৰ বক্সিঙ প্ৰতিযোগিতা অনুষ্ঠিত
Intro:নলবাৰী গৰ্ডন খেলপথাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে 40 সংখ্যক সদৌ অসম আন্ত:জিলা চিনিয়ৰ পুৰুষ-মহিলাৰ বক্সিঙ প্ৰতিযোগিতা।Body:নলবাৰীৰ গৰ্ডন খেলপথাৰত চলি আছে 40 সংখ্যক সদৌ অসম আন্ত:জিলা চিনিয়ৰ পুৰুষ-মহিলাৰ বক্সিঙ প্ৰতিযোগিতা।প্ৰতিযোগিতাৰ বিভিন্ন কেটেগৰীৰ ছেমি ফাইনেল খেল সমূহ সমাপ্ত হোৱাৰ পিছত আজি ফাইনেল খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে বঁটা বিতৰণী সভাও অনুষ্ঠিত হব।উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত ৰাজ্যৰ 25 খন জিলাৰ মুঠ 125 গৰাকী বক্সাৰে অংশ লৈছে।ইয়াৰে 93 গৰাকী পুৰুষ আৰু 32 গৰাকী মহিলা।Conclusion:কৈলাস ডেকা, নলবাৰী।