ETV Bharat / state

নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত বিধায়ক জয়ন্ত মল্ল বৰুৱা

author img

By

Published : May 15, 2021, 10:21 PM IST

নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷

নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত বিধায়ক জয়ন্ত মল্ল বৰুৱা
নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত বিধায়ক জয়ন্ত মল্ল বৰুৱা

নলবাৰী,15 মে’: বিধায়ক হৈ প্ৰথবাৰৰ বাবে নিজ সমষ্টিৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হ’ল নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ৷ পি পি কিট পৰিধান কৰি ক’ভিড কেয়াৰ চেন্টাৰৰ ভিতৰত প্ৰৱেশ কৰি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ ৷

বিধায়ক জয়ন্ত মল্ল বৰুৱাই বাৰ্তালাপ কৰে ক’ভিড ৰোগীৰ সৈতে ৷ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত শনিবাৰে নলবাৰী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ ক’ভিড ৰোগীৰ স্বাস্থ্য বুজ লয় ৷

কোনো চিকিৎসকে যাতে ক’ভিড পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে ব্যক্তিগতভাৱে চিকিৎসা নকৰে তাৰ প্ৰতি সকীয়নি দিলে বিধায়কগৰাকীয়ে ৷ ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ নলবাৰী জিলাত বৰ্তমানলৈকে সকলো পৰ্যাপ্ত পৰিমাণে মজুত থকাৰ কথা দোহাৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.