ETV Bharat / state

মৃদুল ডেকাৰ মৃতদেহ নলবাৰীৰ নিজগৃহলৈ - গুৱাহাটীত বিষ্ফোৰণ

"ফায়াৰ এক্সটিংগুইচাৰৰ ৰিফিলিঙৰ"দোকানত সংঘটিত বিষ্ফোৰণত প্ৰাণ হেৰুৱালে নলবাৰীৰ মৃদুল ডেকাই ৷ এৰি গ’ল মাতৃ,পত্নী আৰু সন্তানক ৷

mridul deka died in blast in guwahati
বিষ্ফোৰণত প্ৰাণ হেৰুৱালে নলবাৰীৰ মৃদুল ডেকাই
author img

By

Published : Jun 3, 2020, 9:55 PM IST

নলবাৰী , 3 জুনঃ মঙলবাৰে মহানগৰীৰ ৰুক্মিণী গাঁওত "ফায়াৰ এক্সটিংগুইচাৰৰ ৰিফিলিংৰ" দোকানত সংঘটিত হ’ল বিস্ফোৰণৰ ঘটনা ৷ বিষ্ফোৰণত মৃত্যু হ’ল নলবাৰীৰ বৰআগ্ৰাৰ মৃদুল ডেকা নামৰ ব্যক্তি গৰাকীৰ ৷ উল্লেখযোগ্য যে,ৰুক্মিণী গাঁওৰ "ফায়াৰ এক্সটিংগুইচাৰৰ ৰিফিলিংৰ" দোকানত নতুনকৈ যোগদান কৰিছিল ব্যক্তিজনে ৷ কৰ্মস্থলীত দুৰ্ঘটনাত পটিত হৈ প্ৰথম দিনাই মৃত্যুক আঁকোৱালি লোৱা মৃদুল ডেকাই মৃত্যুৰ সময়ত এৰি গৈছে নিজ মাতৃ পত্নী আৰু এটি কণমানি সন্তানক ৷ বুধবাৰে বিয়লি মৃদুল ডেকাৰ মৃতদেহ আহি নিজ গৃহত আহি উপস্থিত হোৱাৰ পাছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰে বৰআগ্ৰাস্থিত মৃদুল ডেকাৰ গৃহত ৷

বিষ্ফোৰণত প্ৰাণ হেৰুৱালে নলবাৰীৰ মৃদুল ডেকাই

লগতে পঢ়কঃ দৰঙত 20 জনলৈ বৃদ্ধি COVID-19 আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.