ETV Bharat / state

মৰা পাগলদিয়া-বুঢ়াদিয়াৰ বানত প্লাৱিত পশ্চিম নলবাৰী

author img

By

Published : May 17, 2022, 2:28 PM IST

পশ্চিম নলবাৰীত বানৰ তাণ্ডৱ (Flood in Nalbari) ৷ জিলাখনৰ টিহুৰ বালি, মাক্ৰাপাৰা আদি অঞ্চলসমূহে বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ পিছত মধুপুৰ উন্নয়ন খণ্ডৰ অধীনৰ লখোপুৰত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ এলেকা হিচাপে পৰিচিত ধৰ্মপুৰ সমষ্টিৰ কেইবাটাও অঞ্চল এতিয়া পানীৰ তলত(Flood effects west part of nalbari district) ৷

flood-effects-west-part-of-nalbari-district
বানত প্লাৱিত পশ্চিম নলবাৰী

নলবাৰী, 17 মে’: নলবাৰী জিলাৰ ঠায়ে ঠায়ে বিধ্বংসী বানে স্তব্ধ কৰি তুলিছে স্বাভাৱিক জীৱনযাত্ৰা ৷ জিলাখনৰ পশ্চিম প্ৰান্তত বুঢ়াদিয়া আৰু মৰা পাগলদিয়াৰ বানে চলাইছে সংহাৰ(Flood effects west part of nalbari district) ৷ পুনৰবাৰ প্ৰকৃতিৰ ৰুষ্ট ৰূপত শংকিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণ ৷

লগতে চাওক: নলবাৰীৰ উত্তৰ বালিত মৰা পাগলাদিয়া নৈৰ তাণ্ডৱ

জিলাখনৰ টিহুৰ বালি(First wave Assam floods hit Bali in Nalbari), মাক্ৰাপাৰা আদি অঞ্চলসমূহে বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ পিছত মধুপুৰ উন্নয়ন খণ্ডৰ অধীনৰ লখোপুৰত বানে(Flood at Lokhopur) ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ এলেকা হিচাপে পৰিচিত ধৰ্মপুৰ সমষ্টিৰ কেইবাটাও অঞ্চল এতিয়া পানীৰ তলত ৷

লগতে চাওক: Flood in Nalbari : মাক্ৰাপাৰাত ছিগিল মৰা পাগলদিয়াৰ মথাউৰি

প্ৰবল বৃষ্টিপাতৰ ফলতে বুঢ়াদিয়া আৰু মৰা পাগলদিয়া নৈৰ ঠায়ে ঠায়ে খহিছে মথাউৰি ৷ সোমবাৰে লখোপুৰ অঞ্চলৰ গান্ধীবস্তিত বুঢ়াদিয়া নৈৰ মথাউৰি খহাত কেন্দুবাৰী, লখোপুৰকে ধৰি কেইবাখনো গাঁও মূহুৰ্ততে প্লাৱিত হৈ পৰে ৷ সমান্তৰালকৈ বিনষ্ট সাধন হৈছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ ৷ মুঠতে বাৰিষাৰ প্ৰথমটো বানতে জিলাখনৰ বিভিন্ন অঞ্চল বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈ পৰে ৷

লগতে চাওক: কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ: একাঠু পানীৰ তলত জয়ন্ত মল্ল বৰুৱাৰ সপোনৰ নলবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.