ETV Bharat / state

নলবাৰীৰ ৰাজপথত জ্বলন্ত ট্ৰেভেলাৰ

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল ট্ৰেভেলাৰখন ৷ যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত হয় এই ঘটনা

author img

By

Published : Aug 7, 2019, 3:24 PM IST

বৰপেটাৰ ৰাজপথত জ্বলিল ট্ৰেভেলাৰ

নলবাৰী, 7 আগষ্টঃ বৰক্ষেত্ৰীৰ কাপলাবড়িত অঘটন ৷ ৰাজপথত দাও দাও কৈ জ্বলিল এখন যাত্ৰীবাহী ট্ৰেভেলাৰ ৷ হাজো মুকালমুৱা পথত সংঘটিত এই ঘটনা । গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল ট্ৰেভেলাৰ খন ৷ যান্ত্ৰিক বিজুতিৰ বাবে সংঘটিত হয় এই ঘটনা । অৱশেষত স্থানীয় ৰাইজ তথা অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । কথমপি প্ৰাণৰক্ষা যাত্ৰীসকলৰ । দুৰ্ঘটনাগ্ৰস্থ ট্ৰেভেলাৰ খনৰ নম্বৰ AS-01-FG-9332 ৷

Intro:ৰাজপথত জ্বলিল ট্ৰেভেলাৰ।কথমপি ৰক্ষা পৰিল যাৰ্ত্ৰীBody:
বৰক্ষেত্ৰীৰ কাপলাবড়িত অঘটন। দাও দাও কে ৰাজপথত জ্বলিল এখন যাত্ৰীবাহী ট্ৰেভেলাৰ। হাজো মুকালমুৱা পথত সংঘটিত হয় এই ঘটনা। গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল ট্ৰেভেলাৰ খন। যান্ত্ৰিক বিজুতিৰ বাবে এই ঘটনা সংঘটিত হয়।অৱশেষত ৰাইজ তথা অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন। কথমপি প্ৰাণৰক্ষা যাত্ৰীসকলৰ।ট্ৰেভেলাৰ খনৰ নম্বৰ AS 01 FG 9332।Conclusion:কৈলাস ডেকা,নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.