কলিয়ায়াবৰ, 3 চেপ্তেম্বৰঃ এন আৰ চিৰ তালিকাত নাম নথকাটোৱেই কাল হ'ল ৰহিমাৰ ৷ ঘৰৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰে ৰহিমা বেগম নামৰ মহিলাগৰাকীয়ে। কলিয়াবৰৰ ৩নং বৰঘূলীত সংঘটিত হৈছে এই ঘটনা । যোৱা ৩১ আগষ্টত প্ৰকাশ হোৱা এন আৰ চিত পৰিয়ালৰ সকলোৰে নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিল ৰহিমা বেগমৰ লগতে স্বামীসহ পাঁচ সন্তানৰ নাম। যাৰ বাবে মানসিক অশান্তিত ভুগিছিল মহিলাগৰাকীয়ে,অৱশেষত বাচি ল'লে আত্মহননৰ চৰম পথ। মঙলবাৰে দুপৰীয়া নিজ বাসগৃহত চিপজৰী লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ । বহু বছৰ ধৰি কৰ্মসূত্ৰে গুৱাহাটীত আছিল সাতজনীয়া পৰিয়ালটো যাৰ বাবে সময়মতে এন আৰ চিত আবেদন কৰাৰ পৰা বিৰত থাকে পৰিয়ালটো । ইয়াৰ ফলত পৰিয়ালটোৰ নাম অন্তৰ্ভুক্ত নহ'ল এন আৰ চিৰ চূড়ান্ত তালিকাত ।
এন আৰ চিত নাম নথকাৰ বাবে মহিলাৰ আত্মহত্যা
কলিয়ায়াবৰ বৰঘূলীত অঘটন ৷ এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে মহিলা আত্মহনন ।
কলিয়ায়াবৰ, 3 চেপ্তেম্বৰঃ এন আৰ চিৰ তালিকাত নাম নথকাটোৱেই কাল হ'ল ৰহিমাৰ ৷ ঘৰৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰে ৰহিমা বেগম নামৰ মহিলাগৰাকীয়ে। কলিয়াবৰৰ ৩নং বৰঘূলীত সংঘটিত হৈছে এই ঘটনা । যোৱা ৩১ আগষ্টত প্ৰকাশ হোৱা এন আৰ চিত পৰিয়ালৰ সকলোৰে নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিল ৰহিমা বেগমৰ লগতে স্বামীসহ পাঁচ সন্তানৰ নাম। যাৰ বাবে মানসিক অশান্তিত ভুগিছিল মহিলাগৰাকীয়ে,অৱশেষত বাচি ল'লে আত্মহননৰ চৰম পথ। মঙলবাৰে দুপৰীয়া নিজ বাসগৃহত চিপজৰী লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ । বহু বছৰ ধৰি কৰ্মসূত্ৰে গুৱাহাটীত আছিল সাতজনীয়া পৰিয়ালটো যাৰ বাবে সময়মতে এন আৰ চিত আবেদন কৰাৰ পৰা বিৰত থাকে পৰিয়ালটো । ইয়াৰ ফলত পৰিয়ালটোৰ নাম অন্তৰ্ভুক্ত নহ'ল এন আৰ চিৰ চূড়ান্ত তালিকাত ।
এন আৰ চিৰ তালিকাত নাম নথকাটোৱেই কাল হ'ল ৰহিমাৰBody:এন আৰ চিত নাম অন্তৰ্ভু্ক্ত নোহোৱাৰ বাবে মহিলা আত্মহনন । ঘৰৰ ভিতৰত চিপ লৈ আত্মহত্যা ৰহিমা বেগম নামৰ এগৰাকী মহিলাৰ। কলিয়াবৰৰ ৩ নং বৰঘূলীত সংঘটিত হৈছে এই ঘটনা। যোৱা ৩১ আগষ্টত প্ৰকাশ হোৱা এন আৰ চিত পৰিয়ালৰ সকলোৰে নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিল ৰহিমা বেগমৰ লগতে স্বামীসহ পাঁচ সন্তানৰ নাম। যাৰ বাবে মানসিক অশান্তিত ভুগিছিল মহিলাগৰাকী। অৱশেষত বাচি ল'লে আত্মহননৰ চৰম পথ। মংগলবাবে দুপৰীয়া নিজ বাসগৃহত চিপজৰি লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপষ্ঠিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ।
বহু বছৰ ধৰি কৰ্মসুত্ৰে গুৱাহাটীত আছিল সাতজনীয়া পৰিয়ালটো । যাৰ বাবে সময়মতে এন আৰ চিত আবেদন কৰাৰ পৰা বিৰত থাকে পৰিয়ালটো। ফলত পৰিয়ালটোৰ নাম অন্তৰ্ভুক্ত নহ'ল এন আৰ চিৰ চূড়ান্ত খচৰাত।
Conclusion:visuals