ETV Bharat / state

বিশিষ্ট শিক্ষাবিদ দেৱেন্দ্ৰ নাথ মহন্তৰ দেহাৱসান

কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱেন্দ্ৰ নাথ মহন্তই মঙলবাৰে পুৱা ইহলীলা সম্বৰণ কৰে ৷ প্ৰায় ৯০ বছৰ বয়সত কলিয়াবৰৰ নিজ বাসভৱনত প্ৰায় ৯.৪০ বজাত মৃত্যু ঘটে শিক্ষাবিদ গৰাকীৰ ৷

Veteran Educationist of Kaliabor Passed Away assam etv bharat news
দেৱেন্দ্ৰ নাথ মহন্তৰ দেহাৱসান
author img

By

Published : Oct 27, 2020, 4:14 PM IST

কলিয়াবৰ, 27 অক্টোবৰ: কলিয়াবৰৰ বৰ্ষীয়ান শিক্ষাবিদ তথা সত্ৰাধিকাৰ দেৱেন্দ্ৰ নাথ মহন্তৰ বিয়োগ ৷ বিশিষ্ট শিক্ষাবিদ, শ্ৰীশ্ৰীচুপহা সত্ৰৰ সত্ৰাধিকাৰ, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱেন্দ্ৰ নাথ মহন্তই মঙলবাৰে পুৱা ইহলীলা সম্বৰণ কৰে ৷ প্ৰায় ৯০ বছৰ বয়সত কলিয়াবৰৰ নিজ বাসভৱনত প্ৰায় ৯.৪০ বজাত মৃত্যু ঘটে শিক্ষাবিদ গৰাকীৰ ৷

Veteran Educationist of Kaliabor Passed Away assam etv bharat news
দেৱেন্দ্ৰ নাথ মহন্তৰ দেহাৱসান

বিগত কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান শিক্ষাবিদগৰাকী‌ৰ মৃত্যুত কলিয়াবৰত শোকৰ ছাঁ পৰে ৷ শিক্ষাবিদগৰাকীক কলিয়াবৰ শাখা সাহিত্য সভা, কলিয়াবৰ জিলা সত্ৰ মহাসভা, সমন্বিত যুৱ তীৰ্থ, জিলা বৈদিক সমাজ, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, কলিয়াবৰ প্ৰেছ ক্লাবকে ধৰি বিভিন্ন সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

লগতে চাওকঃ বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযান সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.