- নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা (Nagaon Bhogeswari Phukanani Civil Hospital)
- চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হ'ল দুটি শিশু (Two child missing from hospital)
- চিকিৎসালয়খনত ভৰ্তি হৈ আছিল মাতৃ কৰুণা
- অগ্নিদগ্ধ হৈ শল্য চিকিৎসা বিভাগত ভৰ্তি হৈ আছিল মাতৃ কৰুণা
- দুদিন পূৰ্বে চিকিৎসালয়খনৰ পৰা সন্ধানহীন হৈছিল মহিলাগৰাকীৰ দুই সন্তান
- যোৱানিশা চিকিৎসালয়খনত মৃত্যু ঘটে মহিলাগৰাকীৰ
- ইয়াৰ পিছতে দুই সন্তানক বিচাৰি হাহাকাৰ চিকিৎসালয় কৰ্তৃপক্ষৰ
- বৰ্তমানলৈকে মহিলাগৰাকীৰ মৃতদেহ চমজি ল'বলৈ অহা নাই পৰিয়ালৰ লোক
- ঘটনাক লৈ চিকিৎসালয়খনত তীব্ৰ চাঞ্চল্য
নগাঁও চিভিলৰ পৰাই অন্তৰ্ধান দুই শিশুৰ
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা । চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হ'ল দুটি শিশু (Two child missing from hospital)।