ETV Bharat / state

আৰক্ষীৰ ধাৰাবাহিক অভিযানত আটক ৫ জনকৈ অবৈধ বিদেশী

author img

By

Published : Apr 29, 2019, 10:29 PM IST

অবৈধ বিদেশীৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ ৪ দিনত জখলাবন্ধা, উলুৱনী, কলিয়াবৰ, চামগুৰি আৰক্ষীৰ অভিযানত আটক ৫ জনকৈ অবৈধ বিদেশী

আৰক্ষীৰ ধাৰাবাহিক অভিযানত আটক ৫ জনকৈ অবৈধ বিদেশী

কলিয়াবৰ, 29 এপ্ৰিলঃ বিগত ৪ দিনত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ভিন্ন স্থানৰ পৰা আটক কৰা হৈছে অবৈধ বাংলাদেশী হিচাপে চিহ্নিত কেইগৰাকীও ব্যক্তিক । কলিয়াবৰ , চামগুৰি, উলুৱনী আৰক্ষীয়ে এগৰাকীকৈ ব্যক্তিক আটক কৰাৰ লগতে জখলাবন্ধা আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাক । ধৃত লোককেইজন ক্ৰমে সত্যৱতী ৰয়, সদৰ আলি, বানেশ্বৰ বৰ্মন, কাশী দাস আৰু চাইমন নেছা । বিদেশী ন্যায়ধিকৰণ গোচৰৰ অধীনত আটক কৰি লোককেইজনক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হয় ।

আৰু পঢ়কঃ যোৰহাটৰ টীয়কত গ্ৰামোফোন সংৰক্ষণৰ বিশেষ প্ৰয়াস

উল্লেখ্য যে, কলিয়াবৰ মহকুমাত বৰ্তমানেও পলাতক অৱস্থাত আছে বিদেশী ন্যায়াধিকৰণে বাংলাদেশী বুলি চিনাক্ত কৰা বহু লোক । এই অবৈধ নাগৰিকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিবলৈ দিছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে ।

Intro:কলিয়াবৰত অবৈধ বিদেশীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান
৪ দিনত ভিন্ন স্থানৰ পৰা ৫ জন অবৈধ বাংলাদেশী আটক
জখলাবন্ধা, উলুৱনী, কলিয়াবৰ, চামগুৰি আৰক্ষীৰ অভিযানত আটক ৫ জনকৈ অবৈধ বিদেশীBody:বিগত ৪ দিনত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ভিন্ন স্থানৰ পৰা আটক কৰা হৈছে অবৈধ বাংলাদেশী হিচাপে চিহ্নিত ব্যক্তি কেইগৰাকীক। কলিয়াবৰ আৰক্ষীয়ে এজন, চামগুৰি আৰক্ষীয়ে এজন, উলুৱনী আৰক্ষীয়ে এজন লোকক আটক কৰাৰ লগতে জখলাবন্ধা আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাক। ধৃত লোককেইজন যথাক্ৰমে সত্যৱতী ৰয়, সদৰ আলি, বানেশ্বৰ বৰ্মন, কাশী দাস, চাইমন নেছা। কেউজনকে ডিটেনচন কেম্পলৈ প্ৰেৰণ। বিদেশী ন্যায়ধিকৰণৰ গোচৰৰ অধীনত আটক কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছে ধৃত লোককেইজনক। উল্লেখ্য যে, কলিয়াবৰ মহকুমাত পলাতক অৱস্থাত আছে বিদেশী ন্যায়াধিকৰণে বাংলাদেশী বুলি চিনাক্ত কৰা বহু লোক। এই অবৈধ নাগৰিকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিবলৈ দিছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে।Conclusion:Photos
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.