ETV Bharat / state

আৰ্থিক বাধাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধিঙৰ ছাত্ৰীৰ সাফল্য - অসম নিউজ

আৰ্থিক বাধাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিল ধিঙৰ ছাত্ৰী

আৰ্থিক বাধাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধিঙৰ ছাত্ৰীৰ সাফল্য
author img

By

Published : May 15, 2019, 10:18 PM IST

ধিং, 15 মে' : দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈ ধিঙলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে ৷ ধিঙৰ মৈৰাবাৰী আজান শংকৰ বিদ্যাপীঠৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 518 নম্বৰৰে ডিষ্টিংচন লাভ কৰে শ্বেৰিন জেনী নামৰ ছাত্ৰীগৰাকীয়ে ৷ ধিঙৰ মৌলানা জিয়াবুৰ ৰহমানৰ জীয়ৰী শ্বেৰিন জেনীয়ে গণিতত 93,ইংৰাজীত 90,অসমীয়াত 88,সমাজ বিজ্ঞানত 81,বিজ্ঞানত 82 আৰু আৰবীত লাভ কৰে 84 নম্বৰ ৷ ভৱিষ্যতে বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ হেঁপাহ ছাত্ৰীগৰাকীৰ ৷

Intro:দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীয়ে ডিষ্টিংচন পাই সফলতা লাভ কৰিলে মৈৰাবাৰী ছাত্ৰী গৰাকীৰ বাহ গৃহত উত্সৱ মূখৰ পৰিবেশBody:ধিং সমষ্টিৰ মৈৰাবাৰী আজান শংকৰ বিদ্যাপিঠৰ পৰা অতি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী শ্বেৰিন জেনীয়ে আজি গুহিত হোৱা হাই স্কুল শিক্ষান্ত পৰিক্ষাত মুঠ 518 নম্বৰ পাই ডিষ্টিংচন পদ লাভ কৰে। দৰিদ্ৰতা কেতিয়াওঁ সফলতাৰ ভাটত কেতিয়াওঁ হেঙাৰ হব নোৱাৰে সেই কথা প্ৰমান কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শ্বিৰিন জেনীয়ে। মৌলানা জিয়াবুৰ ৰহমানৰ জীয়ৰী শ্বেৰিন জেনীয়ে চৰম আৰ্থিক অনাটনাৰ মাজতো অংকত 93 ইংৰাজীত 90 অসমীয়াত 88 সমাজ বিজ্ঞানত 81 বিজ্ঞানত 82 আৰু আৰবীত 84 নম্বৰ পাই সফলতা লাভ কৰে। কৃৰ্তী ছাত্ৰী গৰাকীয়ে পৰীক্ষাত ডিষ্টিংচন পাই সফলতা কৰি অনাত পৰিয়ালটোলৈ সুনাম কৰি অনাৰ লগতে অঞ্চলটোলৈ সুনাম কৰি আনে। শ্বেৰিন জেনীয়ে বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰিব বুলি আশা কৰিছে। এই আশা সফল কৰিবলৈ অঢ্চলটোৰ বহু কেইজন সচেতন ৰাইজে উত্সাহ প্ৰধান কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.