- নগাঁৱৰ বেবেজীয়াত নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা (Road Accident in Nagaon)
- এখন তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত নিহত হয় বন বিষয়া সুৰজিৎ সিং
- গুৱাহাটীলৈ বিভাগীয় কামত গৈছিল বন বিভাগৰ কৰ্মচাৰীজন (Forest officer killed after being hit by traveller)
- উভতি অহাৰ পথত বেবেজীয়াত নিজৰ বাহনৰ পৰা নামি ক্ৰয় কৰিছিল ঘৰুৱা সামগ্ৰী
- সামগ্ৰী ক্ৰয় কৰি নিজৰ বাহনলৈ যোৱাৰ সময়তে ট্ৰেভেলাৰখনে খুন্দিয়াই বন বিষয়াজনক