ETV Bharat / state

নগাঁৱত পথ দুৰ্ঘটনাত থিতাহে নিহত বাইক আৰোহী

author img

By

Published : Nov 15, 2020, 8:25 AM IST

নগাঁৱত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাহে নিহত এজন লোক ৷

Road Accident In Nagaon, One Spot Dead
নগাঁৱৰ পথ দুৰ্ঘটনাত থিতাহে নিহত বাইক আৰোহী

চামগুৰি, 15 নৱেম্বৰ : নগাঁও জিলাৰ জুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷ নিহত লোকজনৰ নাম আব্দুল হান্নান বুলি জানিব পৰা গৈছে ৷

Road Accident In Nagaon, One Spot Dead
দুৰ্ঘটনা সংঘটিত কৰা বাইক

তথ্য অনুসৰি, পথৰ দাতিত ৰখাই থোৱা ডাম্পাৰত খুন্দা মাৰে তীব্ৰ বেগৰে অহা বাইক আৰোহীয়ে ৷ যাৰফলত নিহত হয় আব্দুল হান্নান নামৰ লোকজন ৷ ইতিমধ্যে, ঘটনাস্থলীত গড়াজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ ডাম্পাৰখনৰ নম্বৰ AS02-CC-1959

লগতে পঢ়ক : সাংবাদিক হেমন্ত ৰাজবংশীক সম্বৰ্ধনা অনুৰাগী মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.