ETV Bharat / state

কলিয়াবৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

author img

By

Published : Jun 16, 2021, 9:07 PM IST

কলিয়াবৰৰ বাগৰিত উদ্ধাৰ এডাল অজগৰ ৷ সাপডালৰ দৈৰ্ঘ্য প্ৰায় ৬ ফুট আৰু ওজন ৫ কেজি হ’ব বুলি জানিব পৰা গৈছে ।

কলিয়াবৰত অজগৰ উদ্ধাৰ
কলিয়াবৰত অজগৰ উদ্ধাৰ

কলিয়াবৰ,16 জুন : কলিয়াবৰৰ বাগৰিত উদ্ধাৰ এডাল অজগৰ ৷ কলিয়াবৰৰ বাগৰিত বুধবাৰে এঘৰৰ বাৰীত উদ্ধাৰ হয় এডাল অজগৰ সাপ । অজগৰ ডালকলৈ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

python-rescued-at-kaliabor
কলিয়াবৰত অজগৰ উদ্ধাৰ

পিছত সচেতন লোকৰ তৎপৰতাত বন বিভাগক খবৰ দিয়াত বনবিভাগৰ লোক আহি অজগৰ সাপডাল বাৰীৰ পৰা উদ্ধাৰ কৰি বাগৰি বনাঞ্চলত মুকলি কৰি দিয়ে । সাপডালৰ দৈৰ্ঘ্য প্ৰায় ৬ ফুট আৰু ওজন ৫ কেজি হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:ৰাণী এলিজাবেথৰ বাহনৰ আৰ্হি নিৰ্মাণ কৰি চৰ্চাত এগৰাকী অধ্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.