ETV Bharat / state

গৃহ চহৰত জ্বলিল যতীন বৰাৰ প্ৰতিমূৰ্তি

author img

By

Published : Aug 18, 2020, 7:37 PM IST

যতীন বৰাৰ বিৰুদ্ধে গৃহভূমিতেই ক্ষোভৰ জুই। প্ৰতিমূৰ্তি দাহ কৰি যতীন বৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ।

protest against jatin bora
গৃহ চহৰত জ্বলিল যতীন বৰাৰ প্ৰতিমূৰ্তি

নগাঁও, 18 আগষ্ট : 'কা' আন্দোলনক নাটক আখ্যা দি বিজেপিত যোগদান কৰা অভিনেতা যতীন বৰাৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলিছে অভিনেতাজনৰ গৃহ চহৰ নগাঁৱত । মঙলবাৰে যতীন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিয়ে ।

গৃহ চহৰত জ্বলিল যতীন বৰাৰ প্ৰতিমূৰ্তি

নগাঁও চহৰৰ মৰিকলঙৰ ৰাজপথত দাহ কৰে যতীন বৰাৰ প্ৰতিমূৰ্তি। যতীন বৰাক মেৰুদণ্ডহীন আখ্যা দি গৃহ চহৰত প্ৰৱেশ কৰিলেই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব বুলিও হুংকাৰ দিয়ে নগাওঁ নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকনে ।

লগতে পঢ়ক : বৰপেটা মেডিকেল কলেজ হাস্পতালত ৰক্তৰ অবৈধ বেহা উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.