ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত ছাত্ৰ সমাজৰ ৰণহুংকাৰ

ৰাজ্যত কোভিডৰ ভয়াৱহতা ক্ৰমে হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যজুৰি পুনৰ তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ বৃহস্পতিবাৰে কা' বাতিলৰ দাবীত নগাঁৱৰ ছাত্ৰ সমাজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

protest-against-caa-by-students-at-nagaon
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত ছাত্ৰ সমাজৰ ৰণহুংকাৰ
author img

By

Published : Dec 17, 2020, 7:57 PM IST

নগাঁও,17 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ হাছে তীব্ৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰণহুংকাৰ কাৰ্যসূচী গ্ৰহণ কৰে নগাঁৱৰ ছাত্ৰ সমাজে ৷ নগাঁও মহাবিদ্যালয়ৰ সমীপত নগাঁৱৰ ছাত্ৰ সমাজে কা'ৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

protest-against-caa-by-students-at-nagaon
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত ছাত্ৰ সমাজৰ ৰণহুংকাৰ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত পৰিৱেশ কৰ্মী বুবুল শৰ্মায়ো অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে ৷ নাগৰিকত্ব সংশোধনী আইন অসমত কোনো কাৰণতে বলৱৎ হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে নগাঁৱৰ ছাত্ৰ সমাজে ৷

লগতে পঢ়কঃ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক ভাৰতীয় সেনাবাহিনীত দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.