ETV Bharat / state

নগাঁৱৰ ৰাঙলুস্থিত চেংমাৰা মোক্তাব বিদ্যালয়ত উত্তেজনা

মধ্যাহ্ন ভোজনৰ চাউল কমকৈ দিয়াৰ অভিযোগত বুধবাৰে নগাঁও জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত,ৰাঙলু চেংমাৰা মোক্তাব বিদ্যালৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে সৰৱ হ'ল স্থানীয় ৰাইজ ৷

চেংমাৰা মোক্তাব বিদ্যালয়ত উত্তেজনা
চেংমাৰা মোক্তাব বিদ্যালয়ত উত্তেজনা
author img

By

Published : Oct 7, 2020, 5:00 PM IST

বঢ়মপুৰ, 7 অক্টোবৰ: নগাঁও জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত, ৰাঙলু চেংমাৰা মোক্তাব বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল বিতৰণক লৈ সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ ৷ বিদ্যালয়ত জমা থকা মধ্যাহ্ন ভোজনৰ চাউল কমকৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ প্ৰধান শিক্ষক তথা সভাপতিয়ে শিশুৰ নামৰ অহা খাদ্যৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ কৰিছে ৰাইজে ৷ ফলশ্ৰুতিত বুধবাৰে বিদ্যালয় চৌহদত প্ৰতিবাদ কৰে ক্ষুব্ধ ৰাইজে ৷

নগাঁৱৰ ৰাঙলুস্থিত চেংমাৰা মোক্তাব বিদ্যালয়ত উত্তেজনা
নগাঁৱৰ ৰাঙলুস্থিত চেংমাৰা মোক্তাব বিদ্যালয়ত উত্তেজনা

আনহাতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক আব্দুল হামিদে প্ৰতিবাদ লোকসকলক অশ্ৰাব্য গালি-গালাজ কৰাৰো অভিযোগ উত্থাপন কৰে ৰাইজে ৷ যাৰ বাবে পৰৱৰ্তী সময়ত অধিক অৱনতি ঘটে পৰিস্থিতিৰ ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও,তেতিয়াও পৰিস্থিতি শাম নকটাত বিদ্যালয়ৰ প্ৰধান শিক্ষক জনে পলায়ন কৰে ৷

লগতে পঢ়ক: অপৰাধ অনুসন্ধান শাখাৰ জিম্মাত পিকে দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.