ETV Bharat / state

নগাঁৱত এইপৰ্যন্ত নাই কৰ'নাত আক্ৰান্তৰ তথ্যঃ জিলা প্ৰশাসনে গঠন কৰিছে ৰেপিড একশ্যন ফৰ্চ

author img

By

Published : Mar 16, 2020, 6:54 PM IST

বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱকসকলৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে জিলা প্ৰশাসনে । ৰেল বিভাগৰ সৈতেও আলোচনাত মিলিত হৈ ৰেল ষ্টেচনত ব্যৱস্থা কৰিছে স্বাস্থ্য পৰীক্ষাৰ । ইয়াৰোপৰি জিলা স্বাস্থ্য বিভাগ, দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতেও আলোচনাত মিলিত হৈ প্ৰতিটো বিভাগ সষ্টম কৰি ৰাখিছে জিলা প্ৰশাসনে ।

নগাঁও, 16 মাৰ্চঃ নগাঁৱত এই পৰ্যন্ত নিশ্চিত হোৱা নাই এজনো আক্ৰান্তৰ তথ্য । গঠন কৰা হৈছে ৰেপিড একশ্যন ফৰ্চ। স্বাস্থ্য বিভাগ, দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জৰুৰী বৈঠক জিলা উপায়ুক্তৰ। জৰুৰীকালীন পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু নগাওঁ জিলা প্ৰশাসন ।

নগাঁৱত এইপৰ্যন্ত নাই কৰ'নাত আক্ৰান্তৰ তথ্য
কৰ'ণা ভাইৰাছক লৈ আতংকময় পৰিবেশ সৃষ্টি হোৱাৰ সময়তে নগাওঁ জিলা প্ৰশাসনেও সতৰ্কতামূলক ব্যৱস্থা কৰিছে । বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱকসকলৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে জিলা প্ৰশাসনে । ৰেল বিভাগৰ সৈতেও আলোচনাত মিলিত হৈ ৰেল ষ্টেচনত ব্যৱস্থা কৰিছে স্বাস্থ্য পৰীক্ষাৰ । ইয়াৰোপৰি জিলা স্বাস্থ্য বিভাগ, দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতেও আলোচনাত মিলিত হৈ প্ৰতিটো বিভাগ সষ্টম কৰি ৰাখিছে জিলা প্ৰশাসনে । এই পৰ্যন্ত নগাঁৱত এজনো কৰ'ণা আক্ৰান্তৰ তথ্য নিশ্চিত হোৱা নাই যদিও সকলোকে সতৰ্ক হৈ থাকিবিলৈও আহ্বান জনাইছে উপায়ুক্ত যাদৱ শইকীয়াই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.