ETV Bharat / state

এইবাৰ আৰ্কষণীয় হ’ব চামগুৰি সমষ্টিৰ নিৰ্বাচনী যুঁজ - অনিল শইকীয়া

দলীয় টিকট লাভ কৰাৰ পিচতে নিজ সমষ্টি চামগুৰিৰ বিজেপিৰ দলীয় কাৰ্যালয়ত উপস্থিত হৈ সেৱা আগবঢ়াই অনিল শইকীয়াই ৷ তাৰপিচতে এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি সমষ্টিটোত শক্তি প্ৰদৰ্শন কৰে অনিল শইকীয়াই।

এইবাৰ আৰ্কষণীয় হ’ব চামগুৰি সমষ্টিৰ নিৰ্বাচনী যুঁজ

author img

By

Published : Mar 7, 2021, 5:22 PM IST

চামগুৰি,7 মাৰ্চঃ মন্ত্ৰী ৰকিবুল হুইছেনৰ দুৰ্গ চামগুৰিত এইবাৰ কংগ্ৰেছৰ ভেঁটি খহাবলৈ সাজু হৈছে বিজেপি মিত্ৰজোটঁৰ চামগুৰিৰ প্ৰাৰ্থী অনিল শইকীয়া । দলীয় টিকট লাভ কৰাৰ পিচতে নিজ সমষ্টি চামগুৰিৰ বিজেপিৰ দলীয় কাৰ্যালয়ত উপস্থিত হৈ সেৱা আগবঢ়াই ৷ তাৰপিচতে এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি সমষ্টিটোত শক্তি প্ৰদৰ্শন কৰে অনিল শইকীয়াই।

এইবাৰ আৰ্কষণীয় হ’ব চামগুৰি সমষ্টিৰ নিৰ্বাচনী যুঁজ

উল্লেখযোগ্য যে, কংগ্ৰেছৰ দুৰ্গ চামগুৰিত ৰকিবুল হুইছেনক প্ৰত্যাহ্বান জনায় প্ৰায় ৩০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি সদৰি কৰিছে বিজেপি প্ৰাৰ্থী গৰাকীয়ে । চামগুৰিৰ তেলিয়াগাঁৱৰ পৰা লাওখোৱালৈকে প্ৰায় পাঁচ সহস্ৰাধিক সৰ্মথকক লগত লৈ এক ৰেলী কৰি দেওবাৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলাই অনিল শইকীয়াই ।

লগতে পঢ়কঃ ফুলাম গামোচাৰে উষ্ম আদৰণি ৰূপক শৰ্মাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.