ETV Bharat / state

নগাঁৱত মাটিৰ কাগজত চহী জাল কৰি আৰক্ষীৰ জালত এজন - নগাঁও সদৰ আৰক্ষী

নগাঁৱত ন্যায়লয়ৰ শপতনামাত স্বাক্ষৰ জালিয়াতি কৰি মাটি বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত বাহাৰুল ইছলাম নামৰ এজন লোক ৷

নগাঁৱত মাটিৰ কাগজত চহী জাল কৰি আৰক্ষীৰ জালত এজন
author img

By

Published : Oct 17, 2019, 8:49 PM IST

নগাঁও,17 অক্টোবৰ : ন্যায়ালয়ৰ শপতনামাত স্বাক্ষৰ জালিয়াতি কৰি মাটি বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত এজন । আৰক্ষীয়ে আটক কৰা লোকজনৰ নাম বাহাৰুল ইছলাম । প্ৰাপ্য তথ্য অনুসৰি বাহাৰুল ইছলাম লোকজনে নগাঁৱৰ এখন গহনা বিপনীৰ স্বত্বাধিকাৰী ৰুক্মিনী দেৱী মনিহাৰীৰ নামত নগাঁৱৰ কাছমাৰীত থকা এক বিঘা মাটি বিক্ৰীৰ বাবে স্বত্বাধিকাৰ দিছিল খাইৰুল ইছলাম নামৰ এজন লোকক । কিন্তু বাহাৰুল ইছলাম নামৰ লোকজনে মাটিৰ প্ৰকৃত স্বতাধিকাৰ ৰুক্মিনী দেৱী মনিহাৰীৰ স্বাক্ষৰ জালিয়াতি কৰি উক্ত মাটিখিনিৰ স্বত্বাধিকাৰ খাইৰুল ইছলামলৈ হস্তান্তৰ কৰাত সহায় কৰিছিল ৷ এই সন্দৰ্ভত ২০১৭ চনতে খাইৰুল ইছলামৰ বিৰুদ্ধে মাটিৰ প্ৰকৃত গৰাকী ৰুক্মিনী দেৱী মনিহাৰীয়ে মাটিৰ বিক্ৰী শপত নামাত তেখেতৰ স্বাক্ষৰ জালিয়াতি কৰাৰ অভিযোগ দি নগাঁও সদৰ আৰক্ষী থানাত গোচৰ দিয়ে ৷ নগাঁও সদৰ আৰক্ষী থানাত তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে কিছুদিন পূৰ্বে স্বাক্ষৰ জালিয়াতি কৰা মূল অভিযুক্ত খাইৰুল ইছলামক কৰায়ত্ব কৰিছিল আৰু বৃহস্পতিবাৰে আৰক্ষীয়ে আনজন অভিযুক্ত বাহাৰুল ইছলামক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

Intro:মাটিৰ কাগজত চহী জাল কৰি আৰক্ষীৰ জালত এজন। Body:আদালতৰ শপতনামাত স্বাক্ষৰ জালিয়তি কৰি মাটি বিক্ৰী কৰিব বিচৰা এজন লোক জালত পৰে আৰক্ষীৰ। আৰক্ষীয়ে আটক কৰা লোকজনৰ নাম বাহাৰুল ইছলাম।  নগাঁৱৰ এখন গহনা বিপনীৰ স্বতাধিকাৰী ৰুক্মিনী দেৱী মনিহাৰীৰ নামত কাছমাৰীত থকা এক বিঘা মাটি খাইৰুল ইছলাম নামৰ এজন লোকক বিক্ৰীৰ বাবে 'পাৱাৰ অৱ এটৰ্নি ' দিছিল। কিন্তু ২০১৭ চনতে খাইৰুল ইছলামে নিজৰ পত্নীক মাটিৰ স্বতাধিকাৰীয়ে তেওঁক মাটি খিনি বিক্ৰী কৰা বুলি দেখুৱায়।সেইসময়ত খাইৰুল ইছলামে মাটি বিক্ৰীৰ তথ্যপাতিৰ শপত নামাত মাটিৰ প্ৰকৃত গৰাকী অৰ্থ্যাৎ ৰুক্মিনী দেৱী মনিহাৰীৰ স্বাক্ষৰ জালিয়াতি কৰি অন্তৰ্ভূক্ত কৰাৰ অভিযোগ উত্থাপন হৈছিল ।সেই সময়ত বাহাৰুল ইছলাম নামৰ আন এজন লোকে সাক্ষী হিচাপে সেই স্বাক্ষৰ ৰুক্মিনী দেৱীৰ হয় বুলি  শপতনামাত স্বাক্ষৰ কৰি দিয়ে।পিছত ৰুক্মিনী দেৱীয়ে তেওঁৰ স্বাক্ষৰ জালিয়াতি কৰাৰ প্ৰসংগত নগাঁও সদৰ আৰক্ষী থানাত তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে কিছুদিন পূৰ্বে স্বাক্ষৰ জালিয়াতি কৰা মূল অভিযুক্ত খাইৰুল ইছলামক কৰায়ত্ব কৰিছিল। বৃহস্পতিবাৰে আৰক্ষীয়ে আনজন অভিযুক্ত বাহাৰুল ইছলামক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
-----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
17-10-19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.