ETV Bharat / state

নগাঁৱত অব্যাহত চোৰাং কাঠৰ ব্যৱসায়

author img

By

Published : May 12, 2020, 11:17 PM IST

লক ডাউনৰ মাজতো নগাঁৱত অব্যাহত চোৰাং কাঠৰ ব্যৱসায় ।

NAGAON ILLEGAL TIMBER SIZED
নগাঁৱত অব্যাহত চোৰাং কাঠৰ ব্যৱসায়

নগাঁও, 12 মে'ঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা লক ডাউনৰ মাজতে নগাঁৱত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । নগাঁও কাৰ্বি আংলং সীমান্তৰ পাৰ্কুপ পাহাৰৰ গছ কাটি চোৰাং ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে কাঠৰ ৰমৰমীয়া ব্যৱসায় ।

NAGAON ILLEGAL TIMBER SIZED
নগাঁৱত অব্যাহত চোৰাং কাঠৰ ব্যৱসায়

মঙলবাৰে নগাঁৱৰ পুৰণিগুদাম জলাশগাঁৱৰ পৰা শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপনলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ।

NAGAON ILLEGAL TIMBER SIZED
নগাঁৱত অব্যাহত চোৰাং কাঠৰ ব্যৱসায়

গাঁওখনৰ এগৰাকী ব্যক্তিৰ ঘৰত মজুত ৰখা কাঠসমূহ সোমবাৰে নিশা কাৰফিউ চলি থকাৰ সময়তে সৰবৰাহ কৰাৰ সন্দেহ কৰা হৈছে । বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰি বন বিভাগৰ লোকে লৈ যায় চাপনলা বন বিষয়াৰ কাৰ্যালয়লৈ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.