ETV Bharat / state

নগাঁৱত Etv ভাৰতৰ সাংবাদিকক আক্ৰমণ মৰেল পুলিচগিৰি কৰা ৰাইজৰ ! - সাংবাদিকৰ ম’বাইলৰ পৰা ডিলেট মৰেল পুলিচিঙৰ দৃশ্য

সেই সময়তে এই সমগ্ৰ দৃশ্য বন্দী কৰিছিল সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা ইটিভি ভাৰতৰ সাংবাদিকে ৷ কিন্তু উত্তেজিত ৰাইজে সাংবাদিকগৰাকীকো আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে তেওঁৰ ম’বাইলৰ পৰা বলপূৰ্বকভাৱে ডিলিট কৰে সমগ্ৰ দৃশ্য  ৷

ৰাজ্যত পুনৰ মৰেল পুলিচৰ ঘটনা !
author img

By

Published : Nov 17, 2019, 10:17 PM IST

Updated : Nov 18, 2019, 1:39 PM IST

নগাঁও, 17 নৱেম্বৰ: নগাঁৱৰ মাজৰআটিত উত্তপ্ত পৰিস্থিতি ৷ মাজৰআটিত সংঘটিত হয় এক মৰেল পুলিচিঙৰ ঘটনা । নগাঁৱৰ মাজৰআটিত এটা চোৰৰ ওপৰত একাংশ লোকৰ অমানৱীয় আক্ৰমণ চলায় ৷ সেই সময়তে এই সমগ্ৰ দৃশ্য বন্দী কৰিছিল সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা ইটিভি ভাৰতৰ সাংবাদিকে ৷ কিন্তু উদাত্ত ৰাইজে সাংবাদিকগৰাকীকো আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে তেওঁৰ ম’বাইলৰ পৰা বলপূৰ্বকভাৱে ডিলিট কৰে সমগ্ৰ দৃশ্য ৷ জিতুমণি নামৰ এজন যুৱকৰ নেতৃত্বত আক্ৰমণ সংঘটিত কৰে মৰেল পুলিচৰ দলটোৱে ৷ আনকি স্থানীয় গাওঁবুঢ়াৰ বিৰুদ্ধেও উঠিছে আক্ৰমণৰ অভিযোগ । গাওঁবুঢ়াসহ কেইবাজনৰ বিৰুদ্ধে লোকৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল সাংবাদিকগৰাকীৰ ৷ জানিব পৰা মতে গাওঁবুঢ়া জন বিজেপি নেতা অনিল দাস ৷

নগাঁৱৰ মাজৰআটিত উত্তপ্ত পৰিস্থিতি

লগতে চাওক-কি আছিল কৃষ্ণ ওৰফে লাডেনৰ মৃত্যুৰ প্ৰকৃত কাৰণ ?

Intro:নগাঁৱৰ মাজৰআটিত উত্তপ্ত পৰিস্থিতি। Body:নগাঁৱৰ মাজৰআটিত উত্তপ্ত পৰিস্থিতি। মাজৰআটি ত মৰেল পুলিচৰ তাণ্ডৱ। এটা চোৰৰ ওপৰত একাংশই অমানৱীয় আক্ৰমণ কৰাৰ দৃশ্য সংগ্ৰহ কৰা সাংবাদিককো আক্ৰমণ। জিতুমণি নামৰ এজন যুৱকৰ নেতৃত্বত এই আক্ৰমণ। সাংবাদিকৰ মোবাইলৰ পৰা ডিলেট কৰিলে মৰেল পুলিচিঙৰ দৃশ্য। স্থানীয় গাওঁবুঢ়াৰ বিৰুদ্ধেও আক্ৰমণৰ অভিযোগ। গাওঁবুঢ়াসহ কেবাজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ।Conclusion:
Last Updated : Nov 18, 2019, 1:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.