ETV Bharat / state

কলিয়াবৰত শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতা

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যেগত শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী সদৌ অসম চৰ্তুত্ৰিংশতম্ বাৰ্ষিক একাংকিকা নাট প্ৰতিযোগিতা ৷ কুঁৱৰীটোল মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত হৈছে নাট প্ৰতিযোগিতা ৷

কলিয়াবৰত শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতা
author img

By

Published : Nov 9, 2019, 3:14 PM IST

কলিয়াবৰ, 9 নৱেম্বৰ : কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী সদৌ অসম চৰ্তুত্ৰিংশতম্ বাৰ্ষিক একাংকিকা নাট প্ৰতিযোগিতা ৷ যোৱা 7 আৰু 8 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ মঞ্চত শিশু সকলে অভিনয় কৰে নাট্যকাৰ অঞ্জন ভূঞাৰ "লাইট চাউণ্ড কেমেৰা এক্সন" ৷ গুৱাহাটীৰ চৰাই চাপৰি নাট‍্যদলৰ শিশুসকলৰ অভিনয়ে পঞ্চলিশ মিনিট সময় মন্ত্ৰমুগ্ধ কৰি ৰাখে। চৰ্তুত্ৰিংশতম একাংকিকা নাট প্ৰতিযোগিতাত সৰ্বমুঠ 18 টা দলে অংশগ্ৰহণ কৰে ৷ শ্ৰেষ্ঠ নাটক হিচাপে নিৰ্বাচিত হয় নাট্যকাৰ অমৰ শৰ্মাৰ "পেণ্ডুলাম" ৷ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে বিদ্যুৎ কুমাৰ নাথে,শ্ৰেষ্ঠ অভিনেত্ৰী অদৃস্না ৰাজবংশী,শ্ৰেষ্ঠ নাট্যকাৰ অমৰ শৰ্মা ( নাটক= পেণ্ডুলাম ) আৰু শ্ৰেষ্ঠ পৰিচালক শিল্পীকা বৰা (নাটক= ভাগ্যফল শূণ্য ) ই লাভ কৰে ৷ কিন্ত প্ৰতিযোগিতা খনৰ মৰ্যদা পূৰ্বতকৈ হ্ৰাস পাইছে বুলি ব্যক্ত কৰে পৰিচালনা সমিতিৰ বিষয়ববীয়াই ৷

কলিয়াবৰত শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতা

লগতে চাওকঃ নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

Intro:৩৪ সংখ‍্যক শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোৱঁৰণী একাংক নাট প্ৰতিযোগিতাৰ সফল সামৰণি

প্ৰদৰ্শিত হয় শিশু নাট লাইট, চাউণ্ড, কেমেৰা, এক্সন

৩৪ সংখ‍্যক শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোৱঁৰণী একাংক নাট প্ৰতিযোগিতাৰ
শ্ৰেষ্ঠ সাৰথি নাট‍্য গোষ্ঠী বোকাখাটৰ "পেণ্ডুলাম",

শ্ৰেষ্ঠ অভিনেতা : বিদ‍্যুৎ কুমাৰ নাথ, নাটক : বেলিয়ে কোৱা সাধু, নিবেদন, নগঁও,

শ্ৰেষ্ঠা অভিনেত্ৰী : অদৃস্না ৰাজবংশী, নাটক : প্ৰেমৰ সিটো পাৰে, ঈগল, টিহু,

শ্ৰেষ্ঠ পৰিচালক : শিল্পীকা ভৰদ্বাজ, নাটক : ভাগফল শূন‍্য, নটতীৰ্থ গুৱাহাটী,

শ্ৰেষ্ঠ নাট‍্যকাৰ : অমৰ শৰ্মা, নাটক : পেণ্ডুলামBody:৩৪ সংখ‍্যক শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোৱঁৰণী একাংক নাট প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। ৭ আৰু ৮ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা দুয়োটা নিশাতে মুঠ ১৮ টি দলে ভাগ লয়। বিচাৰকৰ তুলা-চালনীত শ্ৰেষ্ঠতৰ বাচনিত উঠে –

শ্ৰেষ্ঠ সাৰথি নাট‍্য গোষ্ঠী বোকাখাটৰ "পেণ্ডুলাম",

শ্ৰেষ্ঠ অভিনেতা : বিদ‍্যুৎ কুমাৰ নাথ, নাটক : বেলিয়ে কোৱা সাধু, নিবেদন, নগঁও,

শ্ৰেষ্ঠা অভিনেত্ৰী : অদৃস্না ৰাজবংশী, নাটক : প্ৰেমৰ সিটো পাৰে, ঈগল, টিহু,

শ্ৰেষ্ঠ পৰিচালক : শিল্পীকা বৰা, নাটক : ভাগফল শূন‍্য, নটতীৰ্থ গুৱাহাটী,

শ্ৰেষ্ঠ নাট‍্যকাৰ : অমৰ শৰ্মা, নাটক : পেণ্ডুলাম

৩৪ সংখ‍্যক শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোৱঁৰণী একাংক নাট প্ৰতিযোগিতাৰ মঞ্চত গুৱাহাটীৰ চৰাই চাপৰি নাট‍্যদলৰ "লাইট, চাউণ্ড, কেমেৰা এক্সন" নাটশিশু অভিনীত নাটে মোহিলে কলিয়াবৰীয়া দৰ্শকক

যোৱ ৭ নৱেম্বৰৰ পৰা কলিয়াবৰত অনুষ্ঠিত হৈ থকা ৩৪ সংখ‍্যক সদৌ অসম শ্বহীদ নৰেন্দ্ৰনাথ মহন্ত সোঁৱৰণী একাঙ্ক নাট প্ৰতিযোগিতাৰ মঞ্চত শিশুসকলে অভিনয় কৰিলে নাট‍্যকাৰ অঞ্জন ভূঞাৰ "লাইট, চাউণ্ড, কেমেৰা, এক্সন"। গুৱাহাটীৰ চৰাই চাপৰি নাট‍্যদলৰ শিশুসকলৰ অভিনয়ে পঞ্চলিশ মিনিট সময় মন্ত্ৰমুগ্ধ কৰি ৰাখে। নাট‍্যকাৰে লিপিবদ্ধ কৰা শিশুসকলৰ নিৰ্মোহ ধেমালিৰ কিছু ক্ষণ পৰিচালকদ্বয় গাৰ্গী দত্ত মহন্ত আৰু দিৱস জ‍্যোতিয়ে।
বিগত ৩৩ বছৰৰ ধাৰা অক্ষুন্ন ৰাখি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত অহা ৭ আৰু ৮ নৱেম্বৰত কুঁৱৰীটোল মুক্তি যুজাঁৰু ভৱনত অনুষ্ঠিত হৈছে ৩৪ সংখ্যক ছহিদ নৰেন্দ্ৰ নাথ মহন্ত সোৱঁৰণী একাংক নাট প্ৰতিযোগতা। কিন্তু প্ৰতিযোগিতাখনিৰ পূৰ্বৰ মৰ্য‍্যদা বহু পৰিমাণে লোপ পাইছে বুলি নাট সচেতন ব‍্যক্তি, দৰ্শক আনকি পৰিচালনা সমিতিৰ বিষয়-ববীয়ায়েও আক্ষেপ কৰিছে। এটা এনে সময় আছিল য'ত তিনিদিনীয়া নাট প্ৰতিযোগিতা পুৱতী নিশিলৈকে চলিছিল। উজনি-নামনিৰ বহু নাট‍্য দলৰ নাটক চাবলৈ দৰ্শনী দিয়া দৰ্শকৰ উথপ-থপ লাগিছিল। কিন্তু
তথাপি নাট‍্যদল, দৰ্শক, আয়োজক সকলো আশাবাদী। Conclusion:visuals
bite1 : ভূপেন্দ্ৰ নাথ হাজৰিকা, নাট‍্যকাৰ, কলিয়াবৰ
bite : সমীৰ ভূঞা, নাট পৰিচালনা সমিতিৰ সম্পাদক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.