ETV Bharat / state

কলিয়াবৰত সুৰাসহ জব্দ ইণ্ডিকা আৰু পঞ্জীয়ন বিহীন গ্লেমাৰ - kaliabor

ভোটাৰক প্ৰলোভিত কৰাৰ উদ্দেশ্যেৰে যোগান ধৰা হৈছে দেশী-বিদেশী সুৰা

কলিয়াবৰত জব্দ লক্ষাধিক মূল্যৰ সুৰা
author img

By

Published : Apr 8, 2019, 11:32 PM IST

নিউজ ডেস্ক, 8 এপ্ৰিল : নিৰ্বাচন চমু চপাৰ লগে-লগেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হৈছে লক্ষাধিক মূল্যৰ সুৰা ৷ ভোটাৰক প্ৰলোভন দিয়াৰ চলেৰে যোগান ধৰা হৈছে দেশী-বিদেশীকে ধৰি বিভিন্ন সুৰা ৷

কলিয়াবৰত জব্দ লক্ষাধিক মূল্যৰ সুৰা

সোমবাৰে বিয়লি কলিয়াবৰ মহকুমাৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত ৰেকাপাহাৰত আৰক্ষীয়ে জব্দ কৰে ছটাকৈ সুৰাৰ কাৰ্টন৷ বিদেশী সুৰাৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুজনকৈ লোককো ৷ এছ এছ টি আৰু এফ এছ চিৰ অভিযানত জব্দ হয় বিদেশী সুৰাখিনি৷ এছ. ০১ এ. ই. ৮৮৩৬ নম্বৰৰ ইণ্ডিকা গাড়ী আৰু এখন পঞ্জীয়ন বিহীন হিৰ' গ্লেমাৰ বাইকত ধৰা পৰে বিদেশী সুৰাৰ কাৰ্টন কেইটা৷ সুৰাৰ লগতে নগদ এক লাখ বাৱন্ন হাজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হয় শালনা আৰক্ষী৷

Intro:নিৰ্বাচন, সুৰা আৰু নগদ ধন
কলিয়াবৰত নিৰ্বাচনৰ সময়ত বিলাতী সুৰাসহ ডেৰ লক্ষাধিক ধন জব্দBody:সোমবাৰে বিয়লি প্ৰায় দুই বজাত কলিয়াবৰ মহকুমাৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত ৰেকাপাহাৰত নগদ ধনসহ বিলাতী সুৰাৰ ছটাকৈ কাৰ্টন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে। এছ এছ টি আৰু এফ এছ চিৰ অভিযানত জব্দ বিদেশী সুৰাৰ লগতে নগদ ধনখিনি। এ. এছ. ০১ এ. ই. ৮৮৩৬ নম্বৰৰ ইণ্ডিকা গাড়ীখনৰ লগতে এখন পঞ্জীয়ন বিহীন হিৰ' গ্লেমাৰ বাইক আটক কৰি শালনা আৰক্ষী চকীত গতাই দিয়ে। আনহাতেদি নগদ এক লাখ বাৱন্ন হাজাৰ টকাসহ দুজন ব্যক্তিক আটক কৰে এছ এছ টি আৰু এফ এছ চিয়ে।Conclusion:bites/visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.