কলিয়াবৰ, 2 আগষ্টঃ শুকুৰবাৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বৰঘূলীৰ খহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়াত আক্ৰান্ত 341 টা পৰিয়ালৰ 2788 জন লোকক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ কাম খৰতকীয়া কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইতিমধ্যে ৰাজহ বিভাগে খহনীয়া পীড়িতৰ তালিকা প্ৰস্তুত কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি বিদ্যালয়সমূহত থকা অস্থায়ী শিবিৰসমূহ স্থানান্তৰিত কৰাৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনক যাৱতীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে যাতে গৰম বন্ধৰ পিছত শিবিৰৰ বাবে বিদ্যালয়সমূহৰ পাঠদান সোনকালে আৰম্ভ কৰিব পৰা যায় ৷ মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি তথা বিভাগীয় বিষয়াবৰ্গ ৷
জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন - borghhuli
জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বৰঘূলীৰ খহনীয়া পীড়িত অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়া পীড়িত 341 টা পৰিয়ালৰ 2788 জন লোকক পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণৰ কাম খৰতকীয়া কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

কলিয়াবৰ, 2 আগষ্টঃ শুকুৰবাৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বৰঘূলীৰ খহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়াত আক্ৰান্ত 341 টা পৰিয়ালৰ 2788 জন লোকক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ কাম খৰতকীয়া কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইতিমধ্যে ৰাজহ বিভাগে খহনীয়া পীড়িতৰ তালিকা প্ৰস্তুত কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি বিদ্যালয়সমূহত থকা অস্থায়ী শিবিৰসমূহ স্থানান্তৰিত কৰাৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনক যাৱতীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে যাতে গৰম বন্ধৰ পিছত শিবিৰৰ বাবে বিদ্যালয়সমূহৰ পাঠদান সোনকালে আৰম্ভ কৰিব পৰা যায় ৷ মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি তথা বিভাগীয় বিষয়াবৰ্গ ৷
সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ আশ্বাসBody:খহনীয়া পীড়িত ৩৪১ টা পৰিয়ালৰ ২৭৮৮ জন
পুণৰ সংস্থাপন আৰু ক্ষতিপুৰণৰ কাম খৰতকীয়া কৰাৰ প্ৰতিশ্ৰুতি দিয়ে জল সম্পদ মন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে ৰাজহ বিভাগে খহনীয়া পীড়িতৰ তালিকা প্ৰস্তুত কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
বিদ্যালয়ৰ অস্থায়ী শিৱিৰসমুহ স্থানান্তৰিত কৰা বাবে কলিয়াবৰ মহকুমা প্ৰশাসনক যাবতীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে। যাতে গৰমৰ বন্ধৰ পিচতো শিৱিৰৰ বাবে বন্ধ হৈ থকা বিদ্যালয় কেইখনৰ পাঠদান সোনকালে আৰম্ভ কৰিব পৰা যায়।
বৰঘূলী অঞ্চলৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে খৰতকীয়া ব্যৱস্থা ল'বৰ বাবে জল সম্পদ বিভাগে কেইবাখনো আঁচনি হাত লৈছে। বিভাগীয় অনুমতিৰ পিচতেই যাবতীয় প্ৰাক-কলনৰ কাম দুমাহৰ ভিতৰত শেষ কৰা হ'ব আৰু বাৰিষাৰ পিচতেই এই দিশত সু-পৰিকল্পিতভাবে বাৰিষাৰ আগতেই কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগৰ ফালৰ পৰা সকলো ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই।
অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই আজি বিয়লি বৰঘূলীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি গহনীয়া পীড়িত লোকসকলৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি তথা বিভাগীয় বিষয়া-বৰ্গ উপস্থিত থাকে।Conclusion:visuals
bite