ETV Bharat / state

কামপুৰৰ পশ্চিম তেতেলীসৰাত সাজি উলিওৱা হ’ল নাৱৰ আকৃতিৰ ভেলাঘৰ

author img

By

Published : Jan 12, 2021, 5:57 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ কামপুৰতো ব্যতিক্ৰমী ধৰণে ভেলাঘৰ প্ৰস্তুত কৰি উলিয়াইছে গাঁওখনৰ কেইগৰাকীমান যুৱকে ৷ বাঁহ আৰু নৰাৰে প্ৰস্তুত কৰি উলিওৱা হৈছে নাৱৰ আকৃতিৰ ভেলাঘৰ ৷

AS_BARHAMPUR_kampur-tetelisara-boat-shaped-bhelaghar_vis_ASC10032
কামপুৰৰ পশ্চিম তেতেলীসৰাত সাজি উলিওৱা হ’ল নাঁৱৰ আকৃতিৰ ভেলাঘৰ

বঢ়মপুৰ,12 জানুৱাৰী : ভোগালী বিহু উপলক্ষে ৰাজ্যজুৰি এতিয়া উখল মাখল পৰিৱেশ ৷ ঘৰে ঘৰে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত জীয়ৰি-বোৱাৰী ৷ আনহাতে, গাঁৱে গাঁৱে ডেকা-বুঢ়া সকলোৱে একত্ৰিত হৈ সাজু উলিয়াইছে বিভিন্ন আকৃতিৰ ভেলাঘৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ কামপুৰতো ব্যতিক্ৰমী ধৰণে ভেলাঘৰ প্ৰস্তুত কৰি উলিয়াইছে কেইগৰাকীমান যুৱকে ৷ বাঁহ আৰু নৰাৰে প্ৰস্তুত কৰি উলিওৱা হৈছে নাৱৰ আকৃতিৰ ভেলাঘৰ ৷

বিভিন্ন সময়ত বানৰ সমস্যাত ভুগি থকা অঞ্চলটোৰ একমাত্ৰ সাৰথি হৈ পৰে নাওখন ৷ সেই উদ্দেশ্যেৰেই কামপুৰ পশ্চিম তেতেলীসৰাৰ যুৱক সকলে সাজি উলিয়াইছে নৌকা সদৃশ এই ভেলা ঘৰ ।

লগতে পঢ়ক-সপত্নীক কামাখ্যা দেৱালয় দৰ্শন জেপি নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.