নগাঁও, 13 নৱেম্বৰ: সাংবাদিক পৰাগ কুমাৰ ভূঞাৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত ৰাজ্যত অব্য়াহত আজি প্ৰতিবাদ ৷ শুকুৰবাৰে দক্ষিণ নগাঁও সাংবাদিক ঐক্য মঞ্চৰ লগতে বিভিন্ন দল সংগঠনে সাংবাদিকগৰাকীৰ হত্য়াকাণ্ডৰ উচিত তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে সংবাদ মাধ্যমৰ ওপৰত ধাৰাবাহিকভাৱে চলা অত্যাচাৰ বন্ধ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনালে প্ৰতিবাদকাৰী সকলে। ইয়াৰ উপৰি প্ৰয়াত পৰাগ ভূঞাৰ পৰিয়ালক দহ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে চৰকাৰক দাবী জনায় সাংবাদিক ঐক্য মঞ্চৰ প্ৰতিবাদকাৰী সদস্যসকলে ।
পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ তদন্তৰ দাবীত ৰাজ্যত প্ৰতিবাদ অব্য়াহত - পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ তদন্তৰ দাবীত সাংবাদিকৰ প্ৰতিবাদ
পৰাগ ভূঞা পৰিয়ালক দহ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে চৰকাৰক দাবী জনায় সাংবাদিক ঐক্য মঞ্চৰ প্ৰতিবাদকাৰী সদস্যসকলে ।