ETV Bharat / state

বঢ়মপুৰত ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন - বঢ়মপুৰত ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন

বৰক’লা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত গুৰু টেগবাহাদুৰ জাতীয় ন্যাসৰ সৌজন্যত নিৰ্মাণ কৰা সুধাকণ্ঠৰ ১৭ ফুট উচ্চতাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটো দেওবাৰে উন্মোচন কৰে কৃষক জলেশ্বৰ ৰবি দাসে ৷ শিল্পী লক্ষ্যজিৎ বৰাই নিৰ্মাণ কৰে উক্ত মুৰ্তিটো ৷

Innoguration statue of dr. bhupen hazarika at barhampur nagaon
প্ৰতিমূৰ্তি উন্মোচন
author img

By

Published : Feb 9, 2020, 6:50 PM IST

বঢ়মপুৰ,9 ফেব্ৰুৱাৰীঃ নগাঁৱৰ বৰক’লাত শিল্পী লক্ষ্যজিৎ বৰাৰ পৰশত প্ৰাণ পাই উঠে ড৹ ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তিয়ে ৷ সুধাকণ্ঠৰ ১৭ ফুট উচ্চতাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটো দেওবাৰে উন্মোচন কৰে কৃষক জলেশ্বৰ ৰবি দাসে ৷

প্ৰতিমূৰ্তি উন্মোচন

বৰক’লা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত গুৰু টেগবাহাদুৰ জাতীয় ন্যাসৰ সৌজন্যত নিৰ্মাণ কৰা মূৰ্তিটোৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়া, গণশিল্পী মহেন্দ্ৰ হাজৰিকা, বিশিষ্ট কবি-সাহিত্যিক নন্দ সিং বৰক’লা আদি ৷ উল্লেখ্য যে, সুধাকণ্ঠই উচ্চ-নীচ, জাতিভেদ পৰিহাৰ কৰিবলৈ জনোৱা আহ্বানক সন্মান জনাই এজন কৃষকৰ হাতেৰে উন্মোচন কৰা হয় প্ৰতিমূৰ্ত্তিটো ৷

লগতে চাওকঃহোমেন বৰগোহাঞি আৰু সূৰ্য্য দাসলৈ শ্বহীদ কৰম সিংহ বঁটা

Intro:Story=নগাঁৱৰ বৰক'লাত ১৭ ফুট উচ্চতাৰ ড° ভূপেন হাজৰিকাৰ পূৰ্নাঙ্গ প্ৰতিমূত্তি উন্মোচন কৰে কৃষক জলেশ্বৰ ৰবি দাসে ।

Anchor=নগাঁৱৰ বৰ'কলাত শিল্পী লক্ষ্যজিৎ বৰাৰ পৰশত প্ৰাণ পায় উঠিছে ড° ভূপেন হাজৰিকাৰ প্ৰতিমূত্তিয়ে ।সুধাকণ্ঠৰ ১৭ ফুট উচ্চতাৰ পূৰ্নাঙ্গ প্ৰতিমূত্তিটো উন্মোচন কৰে কৃষক জলেশ্বৰ ৰবি দাসে । বৰ'কলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ পূৰ্ণাংগ মূৰ্তিটো গুৰু টেগবাহাদুৰ জাতীয় ন্যাসৰ সৌজন্যত নিৰ্মান কৰা মূৰ্তিটো উন্মোচনী অনুস্থানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়া, গনশিল্পী মহেন্দ্ৰ হাজৰিকা, বিশিষ্ট কবি সাহিত্যিক নন্দ সিং বৰ'কলা আদি উপস্থিত থাকে । প্ৰতিমূৰ্ত্তিটো নিৰ্মান কৰে ভাস্কৰ্যশিল্পী লক্ষ্যজিৎ বৰাই । উল্লেখ্য যে ভূপেন হাজৰিকাই উচ্চ নিচ, জাতি ভেদ পৰিহাৰ কৰিবলৈ জনোৱা আহ্বানক সন্মান জনায় এজন কৃষকৰ হাতেৰে উন্মোচন কৰিলে সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তি ৷
Body:BYTE = মহেন্দ্ৰ হাজৰীকা , ড° নগেন শইকীয়া, ভাস্কৰ্যশিল্পী লক্ষ্যজিৎ বৰা

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.