ETV Bharat / state

হিমা ফেন ক্লাৱৰ উদ্যোগত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

উঠি অহা প্ৰজন্মৰ বাবে বিভিন্ন সময়ত হিমা ফেন ক্লাৱ আৰু ধিং ফ্ৰেণ্ডচ ক্লাৱে নানান ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ৷ 27 নৱেম্বৰৰ পৰা ৰবেন চন্দ্ৰ নাথৰ সোঁৱৰণত ধিং ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এখন প্ৰাইজমানি নৈশ ক্ৰিকেট প্ৰতিযোগিতা ৷ সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত খেলখন শুভ উদ্বোধন কৰে মনিমাধৱ মহন্তই ৷

author img

By

Published : Nov 28, 2020, 3:58 PM IST

as_smg_Hima _Das_friends_club_vis_asc10079
হিমা ফেন ক্লাৱৰ উদ্যোগত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

চামগুৰি,28 নৱেম্বৰ : ৰাজ্যৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা স্বৰ্ণ কণ্যা হিমা দাসক লৈ আজিও গৰ্ৱিত ধিং বাসী ৷ স্বৰ্ণ কণ্যা গৰাকীৰ নামত ধিঙত গঢ় লৈ উঠিছিল হিমা ফেন ক্লাৱ আৰু ধিং ফ্ৰেণ্ডচ ক্লাৱ ৷ অঞ্চলতোৰ উঠি অহা প্ৰজন্মৰ বাবে বিভিন্ন সময়ত হিমা ফেন ক্লাৱ আৰু ধিং ফ্ৰেণ্ডচ ক্লাৱে নানান ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ৷ সেই উদ্দেশ্য আগত ৰাখি 27 নৱেম্বৰৰ পৰা ধিঙত অনুষ্ঠিত কৰা হৈছে এখনি প্ৰাইজমানি নৈশ ক্ৰিকেট প্ৰতিযোগিতা ৷

শুকুৰবাৰে ৰবেন চন্দ্ৰ নাথৰ সোঁৱৰনত ধিং ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত শুভ উদ্বোধন কৰে মনিমাধৱ মহন্তই ৷ উদ্বোধনী অনুষ্ঠানতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ ধিং থানা ক্ৰিকেট ক্লাৱ আৰু ৰাজু ইলেভেনৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হয় ৷ ইয়াৰ লগতে প্ৰতিযোগিতাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়া ৷

লগতে পঢ়ক :গৌৰীপুৰত গড়কপ্তানি পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.