ETV Bharat / state

কামপুৰত নিশাৰী নৈৰ বানৰ তাণ্ডৱ

author img

By

Published : Oct 31, 2019, 5:26 PM IST

Updated : Oct 31, 2019, 10:28 PM IST

নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কামপুৰ তেতেলীসৰা, কঠিয়াতলী অঞ্চলৰ শ শ বিঘা শালি ধানৰ খেতি ৷ কলপক দিয়া সময়ত শালি ধানৰ খেতিত পানী সোমোৱাত দিশহাৰা কৃষক সকল ৷

নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰালে শ শ বিঘা শালি ধান খেতি

বঢ়মপুৰ, 31 অক্টোবৰ: বৰপানী, কপিলী নৈৰ পাছত বঢ়মপুৰৰ কামপুৰত এইবাৰ নিশাৰী নৈৰ তাণ্ডৱ ৷ নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কামপুৰ তেতেলীসৰা, কঠিয়াতলী অঞ্চলৰ শ শ বিঘা শালি ধানৰ খেতি ৷ কলপক দিয়া সময়ত শালি ধানৰ খেতিত পানী সোমোৱাত দিশহাৰা কৃষকসকল ৷

নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰালে শ শ বিঘা শালি ধান খেতি
নিশাৰী নৈৰ বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে বুৰাই পেলালে কামপুৰ তেতেলীসৰা আৰু কঠিয়াতলী অঞ্চলৰ শ শ বিঘা শালি ধানৰ খেতি ৷ ধান পকাৰ সময়তে শালি ধানৰ খেতিত পানী সোমোৱাত দিশহাৰা কৃষক সমাজ ৷ হাজাৰ হাজাৰ টকা খৰচ কৰি কৃষক সকলে বছৰটোৰ বাবে ধান মুঠি যোগাৰ কৰে, কৃষকৰ সেই সোনালী সপোন নিশাৰ ভিতৰতে তচ-নচ কৰিলে নিশাৰী নৈৰ বাঢ়নী পানীয়ে, যাৰ বাবে এতিয়া সৰ্বস্বান্ত হোৱাৰ পথত বঢ়মপুৰৰ কৃষক৷

লগতে পঢ়ক: বাগদাদীৰ মৃত্যু আৰু আমেৰিকাৰ অভিযান !

Intro:বৰপানী, কপিলী নৈৰ পাছত বঢ়মপুৰৰ কামপুৰত এইবাৰ নিশাৰী নৈৰ তাণ্ডৱ ৷Anchor=বৰপানী, কপিলী নৈৰ পাছত কামপুৰত এইবাৰ নিশাৰী নৈৰ তাণ্ডৱ ৷ নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কামপুৰ তেতেলীসৰা, কঠিয়াতলী অঞ্চলৰ শ শ বিঘা শালি ধানৰ খেতি ৷ কলপকা দিয়া সময়ত শালি ধানৰ খেতিত পানী সোমোৱাত দিশহাৰ কৃষক সকল ৷
Body:Vo=আকৌ আহিল আবতৰীয়া বান ৷ নগাঁও জিলাৰ কামপুৰত বৰপানী, কপিলী নৈৰ পাছত এইবাৰ নিশাৰী নৈৰ তাণ্ডৱ ৷ নিশাৰী নৈৰ বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে বুৰাই পেলালে কামপুৰ তেতেলীসৰা আৰু কঠিয়াতলী অঞ্চলৰ শ শ বিঘা শালি ধানৰ খেতি ৷ কলপকা দিয়া সময়ত শালি ধানৰ খেতিত পানী সোমোৱাত দিশহাৰ কৃষক সকল ৷ হাজাৰ হাজাৰ টকা খৰচ কৰি কৃষক সকলে বছৰটোৰ বাবে ধান মুঠি যোগাৰ কৰে ৷ আৰু কৃষকৰ সেই সোনালী সপোন নিশাৰ ভিতৰতে তচনচ কৰিলে নিশাৰী নৈৰ বাঢ়নী পানীয়ে ৷ যাৰ বাবে সৰ্বস্বান্ত হোৱাৰ দিশত কৃষক সকল ৷

Byte =কৃষক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Last Updated : Oct 31, 2019, 10:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.