ETV Bharat / state

নগাঁও আদালতত প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ - নগাঁও আদালতত প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ

নগাঁও আদালত চৌহদত প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ । কৰ’ণা ভাইৰাছৰ বাবে দিনকদিনে অধিক সতৰ্ক হৈছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন । ইতিমধ্যে জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷

entry restricted at nagaon court due to corona virus assam etv bharat news
কৰ’ণা আতংক
author img

By

Published : Mar 19, 2020, 11:34 AM IST

Updated : Mar 19, 2020, 12:00 PM IST

নগাঁও,19 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ আতংক বৃদ্ধি পোৱাৰ সমান্তৰালকৈ দিনক দিনে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰ তথা প্ৰশাসনে । নগাঁৱতো জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বহু সতৰ্কতামূলক ব্যৱস্থা । ইতিমধ্যে প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে আদালত চৌহদত নিষিদ্ধ কৰিছে সাধাৰণ লোকৰ প্ৰৱেশ । আদালতৰ প্ৰৱেশদ্বাৰত নিৰাপত্তাৰক্ষীয়ে সাধাৰণ লোকৰ প্ৰৱেশত বাধা প্ৰদান কৰিছে ।

লগতে চাওকঃকোকৰাঝাৰত অস্ত্ৰ-শস্ত্র সৈতে এজনক আটক

Last Updated : Mar 19, 2020, 12:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.