ETV Bharat / state

নিৰ্বাচনী বিধি উলংঘা কৰি জুৰীয়াত চৰকাৰী মাটিত কংগ্ৰেছৰ কাৰ্য্যালয় - নিৰ্বাচনী বিধি উলংঘা কৰি চৰকাৰী মাটিত কংগ্ৰেছৰ কাৰ্য্যালয়

প্ৰশাসনৰ নিৰ্দেশত উচ্ছেদ হ'ল নিৰ্বাচনী কাৰ্যালয়

Juria
author img

By

Published : Mar 27, 2019, 11:56 PM IST

জুৰীয়া ,27 মাৰ্চ : প্ৰথম পৰ্য্যায়ৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে প্ৰচাৰ অভিযান৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কলিয়াবৰ লোকসভা সমষ্টিৰ ৰূপহীহাটৰ জুৰীয়া ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তা সকলো ৷

নিৰ্বাচনী বিধি উলংঘা কৰি জুৰীয়াত চৰকাৰী মাটিত কংগ্ৰেছৰ কাৰ্য্যালয়

জুৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ নেতৃত্বত জুৰীয়া বজাৰৰ চৰকাৰী ভূমিত অধিগ্ৰহণ কৰি স্থাপন কৰিছিল এক নিৰ্বাচনী কাৰ্য্যালয় ৷ এজন লোকৰ পৰা এখন দোকান ভাৰাত লৈ দোকানৰ সন্মুখৰ বৃহৎ অংশৰ চৰকাৰী ভূমিত কাৰ্য্যালয় সংলগ্ন কৰি আৰি দিয়ে বৃহৎ বেনাৰ ৷বুধবাৰে নিৰ্বাচনী বিধি উলংঘা কৰি চৰকাৰী মাটিত কংগ্ৰেছ দলৰ কাৰ্য্যালয় নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি কাৰ্যালয়টো ভাঙিবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনে ৷

Intro:প্ৰশাসনে ভাঙি দিলে চৰকাৰী ভূমিত থকা কংগ্ৰেছ কাৰ্য্যালয় ৷Body:প্ৰথম পয্যায়ৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযানো তুংগত উঠিছে ৷ পিছ পৰি ৰোৱা নাই কলিয়াবৰ লোকসভা সমষ্টিৰ ৰূপহীহাটৰ জুৰীয়া ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তা সকলো ৷ ব্লক কংগ্ৰেছৰ নেতৃত্বত চলিছে এই নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ জুৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ নেতৃত্বত জুৰীয়া বজাৰত স্থাপন কৰিছিল এটি নিৰ্বাচনীী কাৰ্য্যালয় ৷ এজন লোকৰ পৰা এখন দোকান ভাৰাত লৈ পাছত দোকানৰ সন্মুখৰ বৃহৎ অংশৰ চৰকাৰী ভূমিত কাৰ্য্যালয় সংলগ্ন কৰি আৰি দিয়ে বৃহৎ বেনাৰ ৷
বুধবাৰে নিৰ্বাচনী বিধি উলংঘা কৰি চৰকাৰী মাটিত কংগ্ৰেছ দলৰ কাৰ্য্যালয় নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি প্ৰশাসনে ভাঙি দিবলৈ নিৰ্দেশ দিয়ে আৰু প্ৰশাসনৰ চকুৰ সন্মুখতে কাৰ্য্যালয়টিৰ বেনাৰ পোষ্টাৰ সমুহ আতৰাই কাৰ্য্যালয়টি ভাঙি পেলাবলৈ বাধ্য হয় জুৰীয়া ব্লক কংগ্ৰেছৰ কৰ্মী সকলে ৷
জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.