ETV Bharat / state

বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক

বৰিবজাৰ আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ দূৰৈত ড্ৰাগছ ব্যৱসায়ী আটক হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ

author img

By

Published : May 7, 2019, 5:59 PM IST

Updated : May 7, 2019, 6:13 PM IST

বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক

বটদ্ৰৱা,৭ মেঃ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বটদ্ৰৱাত আৰক্ষীৰ অভিযান। মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমিতাভ শেনচোৱাৰ নেতৃত্বত মঙলবাৰে বৰিবজাৰত চলোৱা এক অভিযানত ৫ জন ড্ৰাগছ ব্যৱসায়ীসহ ৩০গ্ৰাম ড্ৰাগছ উদ্ধাৰ। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা। গ্ৰেপ্তাৰ হোৱা ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন হৈছে, আকবৰ আলী,আবুল আছেম,ফিৰুজ আনচাৰী,ছফিদুৰ ৰহমান আৰু বাবুল হুছেইন । ইতিমধ্যে আটাইকেইজন ড্ৰাগছ ব্যৱসায়ীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক

উল্লেখযোগ্য যে, বৰিবজাৰ আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ দূৰৈত ড্ৰাগছ ব্যৱসায়ী আটক হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ।

Intro:বটদ্ৰৱাৰ বৰিবজাৰত ড্ৰাগছসহ ৫ ব্যৱসায়ীক গ্ৰেপ্তাৰ ।Body:বটদ্ৰৱা সমষ্টিৰ বৰিবজাত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই ৩০ গ্ৰাম ড্ৰাগছসহ ৫ জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ।মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমিতাভ শেনচোৱাৰ নেতৃত্বত মংগলবাৰে বৰিবজাৰ পৰা ৩০ গ্ৰাম ড্ৰাগছ আৰু প্ৰায় ৮০ হাজাৰ টকাৰ মূল্যৰ ড্ৰাগছসহ এজন ঔষধ ব্যৱসায়ীৰ সৈতে ৫ জন জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰে । ধৃত ব্যৱসায়ী কেইজন হৈছে আকবৰ আলী , আবুল কাছেম, ফিৰুজ আনচাৰী,চফিদুৰ ৰহমান আৰু বাবুল হুছেইনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে বৰিবজাৰ অাৰক্ষী চকীৰ এশ মিটাৰ কাষতেই এই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
Last Updated : May 7, 2019, 6:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.